• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত আত্মসহায়ক গোটৰ সদস্যাসকলৰ সক্ষমতা বিকাশৰ বাবে প্ৰশিক্ষণৰ কাৰ্য্যসূচী

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 24, 2018 6:47 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক পৌৰ জীৱিকা অভিযান (Assam State Urban Livelihoods Mission(ASULM))ৰ অধীনত আজি ডিব্ৰুগড়ৰ পৌৰ নিগমৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটবোৰৰ মাজত সক্ষমতা বিকাশ কাৰ্য্যসূচী গ্ৰহণ কৰে। পৌৰ এলেকাৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ লক্ষ্যেৰে এই প্ৰশিক্ষণ কাৰ্যসূচী লোৱা হৈছে বুলি কৰ্তৃপক্ষটোৱে জানিবলৈ দিছে। ৰাষ্ট্ৰীয় পৌৰ জীৱিকা অভিযান National Urban Livelihood Mission(NULM)ৰ নগৰ প্ৰকল্প মেনেজাৰ ইন্দ্ৰজিৎ গামে এই সন্দৰ্ভত কয়, ‘ডিব্ৰুগড় পৌৰ সভাৰ অন্তৰ্গত ১৯৯টা আত্মসহায়ক গোটৰ প্ৰায় ২০০ মহিলাক আত্মসহায়ক গোট পৰিচালনা, হিচাপ ৰখা কাম, আত্মসহায়ক গোটৰ সমাবায় গঠন আদি বিষয়ত পৰৱৰ্তী ৬০ দিন ধৰি প্ৰশিক্ষণ দিয়া হ’ব। এইটো হ’ল মহিলাক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্যে লোৱা সক্ষমতা বিকাশৰ বৃহৎ অভিযান।’

তথ্যমতে ডিব্ৰুগড় পৌৰ সভাৰ অন্তৰ্গত মুঠ ৬৪৪ আত্মসহায়ক গোট আছে।

Apply Now

জানিব পৰামতে মহিলাসকলক প্ৰশিক্ষণ দিবলৈ প্ৰশিক্ষকসকল অৰুণাচল প্ৰদেশৰ পৰা আহিছে। তেওঁ জনোৱা মতে এই প্ৰশিক্ষণে মহিলাসকলক আত্মসহায়ক গোটবোৰ ভালদৰে পৰিচালনা কৰিবলৈ সমৰ্থ কৰি তুলিব। ইয়াৰ পূৰ্বেও ডিব্ৰুগড় চহৰৰ ১২২ টা আত্মসহায়ক গোটৰ মহিলাসকলে একে ধৰণৰ প্ৰশিক্ষণ লৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৌৰ জীৱিকা অভিযান National Urban Livelihood Mission(NULM)ৰ লক্ষ্য হ’ল লাভজনক আত্মনিয়োগৰ ব্যৱস্থা আৰু দক্ষতাপূৰ্ণ মজুৰিভিত্তিক নিয়োজনৰ সুবিধা সৃষ্টিৰ জৰিয়তে নগৰীয়া দৰিদ্ৰসকলৰ দৰিদ্ৰতা হ্ৰাস কৰা।

আনহাতে নগৰৰ গৃহহীন লোকসকলৰ বাবেও পৰ্য্যায়ক্ৰমে আশ্ৰয়ৰ ব্যৱস্থা কৰাটোও NULMৰ এটা লক্ষ্য। প্ৰকল্প মেনেজাৰজনে কয় যে আত্মসহায়ক গোটবোৰক তেওঁলোকৰ গোটটো গঠন কৰাৰ বাবে ১০ হাজাৰকৈ টকাৰ সাহায্য আৱৰ্তী পুঁজি (RF) দিয়া হয়।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd