• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুমডুমাত চাকৰি দিয়াৰ নামত ধন লুণ্ঠন কৰা মহিলা আটক

এন এ নাও by এন এ নাও
March 4, 2018 1:44 pm
13-1.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাথমিক-মধ্য ইংৰাজী বিদ্যালয়ত স্কুল মাতৃ নিয়ুক্তি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক দলৰ এগৰাকী মহিলাক শনিবাৰে ডুমডুমা আৰক্ষীয়ে আটক কৰে।

ডুমডুমা পথাৰ গাঁও নিৱাসী আটকাধীন জানী গগৈ নামৰ মহিলাগৰাকীয়ে ‘বুনিয়াদী বিদ্যালয় মাতৃ এছ’চিয়েশ্যন, অসম’ নামৰ এটা সংগঠনৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা হৈ জিলাখনৰ বিভিন্ন প্ৰাৰ্থীৰ পৰা ২০১১ চনৰ পৰাই ‘স্কুল মাতৃ পদ’ত চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

স্কুল মাতৃৰ নামত বুনিয়াদী বিদ্যালয় মাতৃ এছ’চিয়েশ্যন, অসমৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা ক্ৰমে বিনু বৰুৱা আৰু ডিম্বেশ্বৰী লস্কৰ স্বাক্ষৰিত পত্ৰত মাতৃ শিক্ষাৰ চাকৰিৰ বাবে এছ’চিয়েশ্যনৰ সদস্য হ’লেহে চাকৰি নিয়মীয়াকৰণৰ হোৱাৰ প্ৰলোভনেৰে প্ৰত্যেক প্ৰাৰ্থীৰ পৰা ২৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰি কেৱল তিনিচুকীয়া জিলাৰ পৰাই বৰ্তমানলৈ ৭৩জন প্ৰাৰ্থীৰ পৰা ১৮ লাখ ২৫ হাজাৰ টকা সংগ্ৰহ কৰি এপ্ৰিলৰ ভিতৰত নিযুক্তি পত্ৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰৱঞ্চক মহিলাগৰাকীয়ে।

আনহাতে ২৬৩গৰাকী প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰি এছ’চিয়েশ্যনে অহা ৭ মাৰ্চৰ ভিতৰত এই ধন পৰিশোধৰ সময়সীমা বান্ধি দিয়ে।

এই সন্দৰ্ভত জিলাখনৰ মাৰ্ঘেৰিটা, পেঙেৰী, বাঘজান, কাকজান আদি ঠাইৰ কেইবাগৰাকী প্ৰাৰ্থীৰ পৰা বিগত ২০১১ চনতেই স্কুল মাতৃৰ চাকৰি দিয়াৰ নামত ১৫/১৮ হাজাৰকৈ আগধন লোৱাৰ পাছতো চাকৰিৰ কোনো নিশ্চয়তা দিব নোৱৰা জানী  গগৈয়ে পুনৰ আৰু ২৫ হাজাৰকৈ টকা বিচৰাত ভুক্তভোগী মহিলাসকলে চাকৰি দিব নোৱৰা জানীক পূৰ্বে দিয়া টকা ঘূৰাই বিচাৰোতে তৰ্কাতৰ্কি হয় আৰু শেষত ভুক্তভোগী মহিলাকেইগৰাকীমানে  শনিবাৰে ডুমডুমা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মহিলাগৰাকীক থানালৈ আনি প্ৰাথমিক জেৰা কৰোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে বুলি জানিব পৰা গৈছে।

প্ৰৱঞ্চক মহিলাগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী মহিলাসকলে।

এন এ নাও

এন এ নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd