• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ টি আও সোঁৱৰণী ফুটবলৰ ফাইনেলত নাগালেণ্ডৰ হাতত ১-০ গ’লত পৰাস্ত অসম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2018 10:13 pm
T Ao Football Championship
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৪ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা ড০ টি আও গল্ড কাপ চেম্পিয়নচিপ ফুটবল ট্ৰফীৰ ফাইনেলত আজি নাগালেণ্ডে অসমক ১-০ গ’লত পৰাস্ত কৰে।

নাগালেণ্ডৰ হৈ ৭ নং জাৰ্চিৰ খেলুৱৈ ডংগেহেংলেও আই চেঙে খেলৰ ৩১ মিনিটত দিয়া একমাত্ৰ গ’লটোৰে নাগালেণ্ডে আজিৰ খেলখনত জয়লাভ কৰিবলৈ সক্ষম হয়।

Apply Now

ড০ টি আওৰ জন্মদিন উপলক্ষে আয়োজিত এই টুৰ্ণামেণ্টত নাগালেণ্ডৰ বিজয়ী দলটোক ট্ৰফীসহ ৩,০০০০০ টকাৰ চেক প্ৰদান কৰা হয়।

আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা অসমে ট্ৰফীসহ ২,০০,০০০ লাখ টকাৰ চেক লাভ কৰে।

তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান মেঘালয়ে লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোককো ট্ৰফীসহ ১,০০,০০০ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

আজি আয়োজিত চুড়ান্ত খেলখনত মেন অব দা মেচ আৰু মেন অব দা চিৰিজ সন্মান লাভ কৰিবলৈ সক্ষম হয় নাগালেণ্ড দলৰ ২১ নং জাৰ্চিৰ নেইথ’ভিলি চিলিঅ’ নামৰ খেলুৱৈ জনে।

আজিৰ খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক মণিপুৰৰ ৰেনেডি সিঙে নৰ্থ ইষ্ট নাওক জনাই যে এনেধৰণৰ টুৰ্নামেন্ট সমূহে নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব।

তেওঁ লগতে কয়, ‘মই অসম আৰু নাগালেণ্ডৰ দল দুটাৰ প্ৰদৰ্শন দেখি সন্তুষ্ট। লগতে মেঘালয়, মণিপুৰ আৰু অৰুণাচলেও কৃতকাৰ্য্য হ’ব নোৱাৰিলে যদিও ভাল প্ৰদৰ্শন দেখুৱাইছে।’

খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত ৰেনেডি সিঙকে ধৰি ড০ টি আওৰ ডাঙৰ পুত্ৰ আকক টেল্লী আও, জীয়াৰী বি টি পেংগাৰ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ভবেশ গোস্বামী, অলিম্পিয়ান আৰ্চাৰ চক্ৰভেলু চুৰু, এন ই চি ৰ সম্পাদক ৰাম মুইভাহ, ডি কে ডিংল’ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

খেলৰ শেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ পৰা অহা ফেষ্টিডিচান সাংস্কৃতিক গোষ্ঠীয়ে লোকবাদ্য আৰু নৃত্য পৰিবেশন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd