• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃণমূল কংগ্ৰেছৰ ৬গৰাকী সাংসদ, ১গৰাকী বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে মহিলা আৰক্ষী কনিষ্টবলে

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
August 4, 2018 7:18 pm
Injured-Woman-police-constable-Rubi-Rani-Das-files-FIR-against-six-MPs-one-MLA-of-Trinamool-Congress-1-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে শিলচৰৰ কুম্বীৰগ্ৰাম বিমান বন্দৰৰ পৰা পশ্চিম বংগৰ এজন মন্ত্ৰী, এজন বিধায়ক আৰু ৬জন সাংসদকে ধৰি তৃণমূল কংগ্ৰেছৰ ৮জনীয়া দলটোক ওভটাই পঠোৱাৰ কেই ঘণ্টামানৰ ভিতৰতে অসম আৰক্ষীৰ ৰুবী ৰাণী দাস নামৰ মহিলা কনিষ্টবলগৰাকীয়ে কাছাৰ জিলাৰ উধাৰবোন্দ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ৰুবী ৰাণী দাসে পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিমক বাদ দি ৮জনীয়া দলটোৰ বাকীসকলৰ বিৰুদ্ধে এই গোচৰ তৰিছে।

Apply Now

উধাৰবোন্দ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৩ (জনতাৰ চাকৰিয়ালক কৰ্তব্যত বাধা দিয়া), ধাৰা ৩২৩ (ইচ্ছাকৃতভাৱে আঘাত কৰাৰ শাস্তি) আৰু ধাৰা ৩৩৮ (আনৰ জীৱন আৰু ব্যক্তিগত সুৰক্ষাক আঘাতৰ জৰিয়তে ক্ষতি কৰা)ৰ অভিযোগত ১৭৭/১৮ নং গোচৰ ৰুজু কৰা হৈছে।

গোচৰটো তেওঁ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত য’ত অভিযোগ কৰা হৈছে তৃণমূল কংগ্ৰেছ নেতাসকলে বিমান বন্দৰৰ পৰা ওলাই নাহিবলৈ কাবৌ কৰাৰ পিছতো তেওঁলোকক বিমান বন্দৰৰ পৰা ওলাই অহাৰ উদ্দেশ্যে শাৰিৰীকভাৱে আঘাত কৰিছিলে, যেতিয়া সমগ্ৰ কাছাৰত চি আৰ পি চি ১৪৪ জাৰি কৰি ৰখা হৈছিল।

তেওঁ তেওঁৰ এজাহাৰত কয় যে অকল তেঁৱেই নহয়, বৰঞ্চ তেওঁৰ এগৰাকী সহকৰ্মী স্বপ্না দাস আৰু ফটোগ্ৰাফাৰ পাৰ্থ শীলো প্ৰতিনিধি দলটোৰ শাৰিৰীক আক্ৰমণৰ বাবে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

নৰ্থ ইষ্ট নাও-ক কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কয়, ‘বিমান বন্দৰত কৰ্তব্যত নিযুক্ত কৰা এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে দাখিল কৰা এজাহাৰ এখন আমি পাইছো। নেতাৰ (তৃণমূল কংগ্ৰেছৰ) শাৰিৰীক আক্ৰমণত তেওঁ আঘাত পাইছে। যিহেতু সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে অনা অভিযোগ বা এজাহাৰ অনাৰ বাবে প্ৰ’ট’ক’ল মানি চলিব লাগে, উপ আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ আৰক্ষী বিষয়া এজনক মই নিযুক্তি দিছো সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ।’

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd