• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত প্ৰাক্তন সৈনিক সমাৱেশৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ইতিহাসত বিশেষ স্থান দখল কৰি থকা অসমৰ শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলি জিলাৰ বীৰ নাৰীসকল আৰু প্ৰাক্তন সৈনিকসকলৰ বাবে এক প্ৰাক্তন সৈনিক সমাৱেশৰ আয়োজন কৰা হয়।  ব্লেজিং ছ’ৰ্ড ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং এই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানটোত ভালে সংখ্যক সাধাৰণ লোকৰ লগতে আৰু সামৰিক বিভাগৰ বিষয়া-কৰ্মী উপস্থিত আছিল।

ব্লেজিং ছ’ৰ্ড ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙে তেওঁৰ উদ্বোধনী ভাষণত কয় যে অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ কল্যাণ ভাৰতীয় সেনা বাহিনীৰ এটা গুৰুত্বপূৰ্ণ বিষয়। তেওঁ অনুষ্ঠানটোত উপস্থিত থকা সকলোকে সেনাবাহিনীৰ এডজুটেণ্ট জেনেৰেল ব্ৰান্স আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাক্তন সৈনিকসকল তথা বীৰ নাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে লোৱা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা সোঁৱৰাই দিয়ে। জেনেৰেল অফিচাৰ কমাণ্ডিংজনে জ্যেষ্ঠসকলে সেনাৰ পোচাক খুলি থ’লেও তেওঁলোকৰ ভাল যতন লোৱাটো নিশ্চিত কৰাৰ বাবে সেনাই লোৱা সিদ্ধান্তৰ কথাত জোৰ দিয়ে। সমাৱেশৰ উল্লেখযোগ্য দিশ আছিল প্ৰাক্তন সৈনিকসকল, শাৰীৰিকভাৱে সক্ষমতা হেৰোৱা সৈনিক আৰু বীৰ নাৰীসকলক মুখ্য অতিথিৰ দ্বাৰা সম্বৰ্ধনা জনোৱা।

Apply Now

ইয়াৰ পিছতে এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়। আলোচনাত সেনা বিভাগ আৰু অসামৰিক প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰাক্তন সৈনিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সমস্যাবোৰ সম্পৰ্কে আলোচনা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা স্বাস্থ্য শিবিৰো আয়োজন কৰা হৈছিল, য’ত প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। নৱ প্ৰজন্মৰ যুৱকসকলক সেনা বাহিনীলৈ আকৰ্ষণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছিল। জানিব পৰা মতে শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাৰ বহু সংখ্যক প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ লগতে অসামৰিক লোকো অনুষ্ঠানটোত উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd