• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰা নিৰ্বাচন আয়োগ সম্পূৰ্ণ সাজু হৈ উঠিছে বিধানসভা নিৰ্বাচনলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 11:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছতে ত্ৰিপুৰা নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰীকান্তই ৰাজ্যখনত নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সমপূৰ্ণ সাজু বুলি এখন সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে।

নিৰ্বাচনী দিন ঘোষণাৰ পূৰ্বে নিৰ্বাচনী আয়োগৰ উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈনে দুদিনীয়া উত্তৰ-পূব ভ্ৰমণসূচীৰ মাজেৰে ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। এই ভ্ৰমণসূচীতে ৰাজ্যখনৰ বিভিন্ন জিলা ম্যাজিষ্ট্ৰেটৰ সাতেও আলোচনাত ভাগ লয়। বৃহস্পতিবাৰে আগৰতলাত আয়োজিত সংবাদমেলত এই কথা জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াজনে।

Apply Now

ৰাজ্যখনত দীৰ্ঘদিনে চলি অহা বিজেপি আৰু শাসনাধিষ্ঠ চিপিআই(এম)ৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ ফলত  নিৰ্বাচনী বতাহ গৰম হৈ থকা বাবে ৰাজ্যখনৰ নিৰাপত্তা দিশ তথা সকলো জিলাতে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চালি জাৰি চোৱাৰ বাবে উপ নিৰ্বাচন আয়ুক্তও পৰৱৰ্তী সময়ত ৰাজ্যখনলৈ আহিব।

ভোটাৰে ভোটদান সাব্যস্ত কৰাৰ বাবে ৰাজ্যিক আয়োগৰ ফালৰ পৰা যি ধৰণৰ প্ৰস্তুতিৰ দৰকাৰ সেয়া সকলো সম্পূৰ্ণ হৈ উঠা বুলিও সংবাদমেলত প্ৰকাশ কৰে।

নিৰ্বাচন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে পৰ্যাপ্ত পৰিমানৰ সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু নিৰাপত্তা পৰ্যবেক্ষক ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে অতি শীঘ্ৰে প্ৰেৰণ কৰিব বুলিও শ্ৰীৰাম তৰীকান্তই জানিবলৈ দিয়ে।

‘ত্ৰিপুৰা নিৰ্বাচনৰ সময়ত ৰাজ্যখনত যাতে কোনো ধৰণৰ অপ্ৰীতিমূলক পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অৰ্ধ সামৰিক বাহিনীৰ ৩০০টা কোম্পানী মোতায়েন কৰা হ’ব। তদুপৰি সকলো ভোটকেন্দ্ৰতে সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীক মোতায়েন কৰিবলৈ সকলো ৰাজনৈতিক দলে অনুৰোধ কৰিছে’, সদৰী কৰে মুখ্য নিৰ্বাচনী বিষয়া জনে।

আনহাতে ৰাজ্যখনত কেন্দ্ৰীয় সামৰিক বাহিনীৰ ২৫টা গোটক সুৰক্ষাৰ স্বাৰ্থত তথা নিৰ্বাচন সুকলমে চলি যোৱাৰ বাবে ইতিমধ্যে নিয়োজিত কৰা হৈছে।

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত কোনো হিংসাত্মক তথা কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰাৰ বাবে নিৰাপত্তামূলক ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে।

আনহাতে নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনৰ দিনক লৈ সকলো ৰাজনৈতিক দলে সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি জানুৱাৰিৰ ২৪ৰ পৰা ৩১ জানুৱাৰিৰ ভিতৰত নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বিছৰা লোকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয়ন পত্ৰ সমূহ ফেব্ৰুৱাৰিৰ ১ তাৰিখে পৰীক্ষা নিৰীক্ষা চলোৱা হ’ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ সময় হ’ল ৩ ফেব্ৰুৱাৰি। উল্লেখযোগ্য যে ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ৩ মাৰ্চত ঘোষণা কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd