• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত বাংলাদেশীয়ে চৰকাৰ চলাই আছে : ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্ট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 18, 2018 5:47 pm
Khilanjia

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ ৰাজভৱনত সন্মুখত অৱস্থান ধৰ্মঘট, ১৮ মে'ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“যিসকল লোক বাংলাদেশৰ পৰা আহিছে, সেইসকল লোকেই ত্ৰিপুৰাত চৰকাৰ চলাই আহিছে। গতিকে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিলখনৰ কেতিয়াও বিৰোধিতা নকৰে।” আজি সংবাদ মাধ্যমৰ আগত এইদৰে কয় ত্ৰিপুৰাৰ পৰা এটা প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ ল’বলৈ গুৱাহাটীলৈ অহা ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্টৰ অধ্যক্ষা পাতাল কন্যা জামাতীয়াই। এইদৰে তেওঁ অসমৰ ৰাইজক সকীয়াই দি কয় যে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেব বাংলাদেশী।

‘’কেৱল তেৱেঁই নহয়, কংগ্ৰেছ, চি পি আই এমৰ যিকেইগৰাকী মুখ্য মন্ত্ৰী আছিল, আটাইকেইগৰাকীয়েই বাংলাদেশী। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নোহোৱাৰ পূৰ্বেই ত্ৰিপুৰাৰ খিলঞ্জীয়াসকল সংখ্যালঘুত পৰিণত হ’ল। যদি এই বিলখন গৃহীত হয় আমি আমাৰ সকলো অধিকাৰ হেৰুৱাই পেলোৱাৰ লগতে বহু ক্ষতি হ’ব।” জামাতীয়াই কয়।

Apply Now

আন এটা গুৰুতৰ অভিযোগ আনি তেওঁ কয়, “ত্ৰিপুৰা মাতৃভাষা ককবৰকৰ ঠাইত হিন্দী অনাৰ চেষ্টা কৰি আছে কেন্দ্ৰীয় চৰকাৰে।”

তেওঁ লগতে কয়, “১৯৭১ চনটো অসমৰ বাবে ধাৰ্য্য কৰা হ’ল, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আছুৰ সৈতে যি অসম চুক্তি হৈছিল সেয়া কেন্দ্ৰীয় চৰকাৰৰে এক চক্ৰান্ত। ত্ৰিপুৰাত ১৯৭১ চনৰ পূৰ্বেই খিলঞ্জীয়া লোকসকলৰ পৰিমাণ ২৮ শতাংশ হ’লগৈ। গতিকে ১৯৭১ চন ভিত্তিবৰ্ষ লাগে বুলি চিঞৰি থকা অসমীয়াসকলৰ বাবে এইটো মহা বিপদ হিচাপে দেখা দিব।‘’

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ, ধৰ্ণা, গণস্বাক্ষৰ অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া ফ’ৰামৰ উদ্যোগত ৰাজভৱনৰ সন্মুখত কেইবাটাও সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। উক্ত ধৰ্মঘট কাৰ্য্যসূচীত আজি উপস্থিত আছিল ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্টৰ অধ্যক্ষা পাতাল কন্যা জামাতীয়া।

TripuraPeoplesFront
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ ৰাজভৱনত সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত ভাগ লোৱা ত্ৰিপুৰা পীপলছ ফ্ৰণ্টৰ কৰ্মকৰ্তাসকল, ১৮ মে’ত।

আজিৰ ধৰ্মঘটৰ অন্তত সংগঠনকেইটাই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, অস্ত্ৰবিৰতিত থকা আলফা নেতা মৃণাল হাজৰিকা, জিতেন দত্তকে ধৰি তাই আহোম যুৱ পৰিষদৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।

আনহাতে, উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীতে অংশগ্ৰহণ কৰা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ প্ৰতি কোনো শ্ৰদ্ধাৰ ভাব নাই বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে।

তেওঁ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভ বুদ্ধিৰ উদয় হওক বুলি কামনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ খিলঞ্জীয়াৰ প্ৰতি শ্ৰদ্ধা নথকাৰ বাবেই অসম আগতে জ্বলিছিল আৰু পুনৰ অসম জ্বলিব। যদি তেওঁৰ শুভ বুদ্ধিৰ উদয় নহয়, তেন্তে ৭০-৮০ দশকতৰ তুলনাত বেছিকৈ অসম জ্বলিব।

ইফালে, উক্ত অৱস্থান ধৰ্মঘটত উপস্থিত থকা আলফাৰ নেতা জিতেন দত্তই সংবাদ মাধ্যমৰ আগত কয়, “খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰাৰ আমি প্ৰয়াস কৰি আছো। উত্তৰ-পূবৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিবৰ বাবে আমি দল-সংগঠন নিৰ্বিশেষে একত্ৰিত হ’ব লাগিব।‘’

প্ৰায় ২ ঘণ্টা সময় অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচীৰ শেষত প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd