• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দহখন নতুন মুখেৰে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে সাজু বাম ফ্ৰণ্ট

পিনাকী দাস by পিনাকী দাস
January 24, 2018 7:10 pm
প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ মুহূৰ্ত্বত বাম নেতৃবৃন্দ

প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ মুহূৰ্ত্বত বাম নেতৃবৃন্দ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬০ জনীয়া সদস্যৰে গঠিত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বাম ফ্ৰণ্টে মঙলবাৰে ইয়াৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এইবাৰৰ নিৰ্বাচনত ১০খন নতুন মুখৰ উপৰি ৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

মঙলবাৰে বাম ফ্ৰণ্টৰ নেতৃবৃন্দৰ উপস্থিতিত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক তথা বাম ফ্ৰণ্টৰ নৱ নিৰ্বাচিত আহ্বায়ক বিজন ধৰে চিপিআই(এম)ৰ ৫৭ জন সদস্যৰ লগতে সহযোগী দল আৰএছপি, চিপিআই আৰু এফবিৰ একোজনকৈ সদস্যৰে গঠিত প্ৰাৰ্থী তালিকাখন ঘোষণা কৰে।

Apply Now

মন কৰিব লগীয়া যে, ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত  সহযোগী বাম দলকেইটাক ৫ খন আসন দিয়া হৈছিল। ইয়াৰে চিপিআইক দুখন, আৰএছপিক দুখন আৰু ফৰৱাৰ্ড ব্লকক এখন আসন দিয়া হৈছিল।

ধৰৰ মতে জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ ভিত্তিত প্ৰাৰ্থীসকলক নিৰ্বাচন কৰা হৈছে।

বাম ফ্ৰণ্টৰ ৬০ জন প্ৰাৰ্থীৰ ভিতৰত বৰজালা সমষ্টিৰ ৩৫ বছৰীয়া ঝুমু সৰকাৰ কনিষ্ঠতম প্ৰাৰ্থী হোৱাৰ বিপৰীতে ৭৯ বছৰ বয়সীয়া চাওমানু সমষ্টিৰ নিৰাজয় ত্ৰিপুৰা আটাইতকৈ জ্যেষ্ঠ প্ৰাৰ্থী।

আনহাতে প্ৰথমবাৰৰ কাৰণে চিপিআই(এম)এ নিৰ্বাচনৰ পূৰ্বেই মুখ্য মন্ত্ৰী প্ৰাৰ্থী হিচাপে মাণিক সৰকাৰক প্ৰক্ষেপ কৰিছে।

১৮ ফেব্ৰুৱাৰিত হ’বলগীয়া নিৰ্বাচনটোত বাম ফ্ৰণ্টে শান্তি অাৰু সম্প্ৰীতিক নিৰ্বাচনী বিষয় হিচাপে লৈ যুঁজত নামিব বুলি ধৰে জানিবলৈ দিয়ে।

 

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd