• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় সংখ্যক নুমলীগড় মাৰাথন প্ৰতিযোগিতাত কেনিয়াৰ খেলুৱৈৰ আধিপত্য

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 11, 2018 7:55 pm
Participants of Numaligarh Marathon 2018
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় ৰিফাইনেৰী লিমিটেডে আয়োজন কৰি অহা তৃতীয় সংখ্যক নুমলীগড় মাৰাথন ২০১৮ৰ দেওবাৰে নুমলীগড় টাউনশ্বীপত সফলতাৰে অনুষ্ঠিত হৈ যায়। ‘ৰান টু কীপ ফীট’ শীৰ্ষক মন্ত্ৰৰে আয়োজিত মাৰাথনত ৰিফাইনেৰী অঞ্চলবাসী, এনআৰএল কৰ্মচাৰীৰ পৰিয়ালৰ লগতে দেশ তথা ৰাজ্যৰ মাৰাথন খেলুৱৈৰ উপৰি কেনিয়া আৰু নেপালৰ পৰা অহা প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত কৰা হোৱা বুলি আয়োজকে আমাক জানিবলৈ দিয়ে। পুৰুষ আৰু মহিলা দুয়োটা শাখাৰ বাবে হাফ মাৰাথন ২১.১ কিলোমিটাৰ, এনডিউৰেন্সত ১০ কিলোমিটাৰ আৰু ড্ৰিম ৰানত ৫ কিলোমিটাৰ দৈৰ্ঘৰ লক্ষ্য স্থান নিৰ্ধাৰণ কৰি দিয়ে।

Apply Now

এই তিনিটা শাখাৰ মাৰাথন প্ৰতিযোগিতা সমূহ উদ্বোধন কৰে এনআৰএলৰ এমডি এছ কে বৰুৱা, এনআৰএলৰ ইন্ডিপেনডেণ্ট ডিৰেক্টৰ স্নেহ লতা কুমাৰ আৰু এনআৰএলৰ ডিৰেক্টৰ(টেকনিকেল) বি জে ফুকনে।

লক্ষ্যণীয় যে ২১.১ কিলোমিটাৰ প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰথম কেনিয়াৰ জেমছ নিডি ন্যইৰা(১.১৩.২৬ মিণিটত) আৰু মেঘালয়ৰ তীৰ্থ পুনে(১.১৫.৪০ মিণিট) দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে মহিলাৰ ২১.১ কিলোমিটাৰত কেনিয়াৰ চেচিলিহ ৱাংগুই ৱাৰুটুমোই(১.৩৯.১৩মিণিটত) প্ৰথম স্থান দখল কৰিছে।

ইয়াৰ উপৰি পুৰুষৰ ১০ কিলোমিটাৰ শাখাত প্ৰথম হৈছে মেঘালয়ৰ ষ্টিলিন জিৰৱা(৩২.৩২মিণিট) আৰু মহিলাৰ প্ৰথম হৈছে শ্বিলঙৰ ডাটেইবেংকিনমাউ মাৰউইন(৪০.২৫মিণিট)।

তদুপৰি পুৰুষৰ ৫ কিলোমিটাৰ শাখাত গোলাঘাটৰ জয়মংগল ওৰাঙে(২৩.২২.১৩ মিণিট) প্ৰথম আৰু গোলাঘাটৰে সীমা বেগমে(৩১.৫৭.১০মিণিট) মহিলাৰ শাখাত প্ৰথম স্থান দখল কৰিছে।

প্ৰতিযোগিতাৰ শেষত ডিপিএছ নুমলীগড় খেলপথাৰত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত খেলুৱৈ সকলক পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। আনহাতে বঁটা বিতৰণী অনুষ্ঠানতে আয়োজক সন্থাই ঘোষণা কৰে যে আগন্তুক বৰ্ষত নুমলীগড় মাৰাথন প্ৰতিযোগিতাখন সম্পূৰ্ণ পূৰ্ণ মাৰাথন প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰা হ’ব।

স্মৰ্তব্য যে সামৰণি অনুষ্ঠানত অৰ্জুন বঁটা প্ৰাপ্ত তথা এছিয়ান গেমছৰ সোণৰ পদক বিজয়ী ভোগেশ্বৰ বৰুৱা আৰু আৰ্ম ৰেষ্টলিং চেম্পিয়ন যবি মেথিউজো উপস্থিত আছিল। তেওঁলোক দুয়োজনে ভাষণ প্ৰসংগত খেলুৱৈ সকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে নিজৰ নিজৰ অভিজ্ঞতা সমূহ খেলুৱৈ সকলৰ ব্যক্ত কৰে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd