• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিনীয়া দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ সামৰণি

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
January 9, 2018 10:11 pm
Exif_JPEG_420

Exif_JPEG_420

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৬ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকা আৰু গণশিল্পী বিক্ৰম সিং য়েইন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ সফলভাৱে সামৰণি পৰিছে। শিৱসাগৰ চহৰৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ শিৱসাগৰৰ জিলাৰ নৈপৰীয়া পৰ্যটন ক্ষেত্ৰ আকৰ্ষণীয় দিচাংমুখক জনপ্ৰিয় তথা পৰিচিত কৰি তোলাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ ইক’ ট্যুৰিজম ছচাইটিয়ে বৃহত্তৰ দিচাংমুখৰ ৰাইজ, শিৱসাগৰ জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্ত পৰিষদৰ সহযোগত এই দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ আয়োজন কৰিছিল।

প্ৰথম দিনৰ ৰাতিপুৱাৰ কাৰ্যসূচীত আছিল  গছ পুলি ৰোপন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ ইত্যাদি। ইয়াৰ পিছতে ৰাতিপুৱা ৯-৩০ বজাত উৎসৱস্থলী উদ্বোধন কৰে মিচিং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে। উদ্বোধনী ভাষণত তেওঁ অসমৰ এখন পৰ্যটন স্থলী দিচাংমুখৰ উন্নয়নৰ বাবে পৰিষদে বহুকেইটা আদৰ্শ আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। ইয়াৰে এক অংশ হিচাপে ৩০ লাখ টকা ব্যয় সাপেক্ষে অনিল পাংগিং  স্মৃতি ভৱনটো নিৰ্মাণ কৰা বুলি তেওঁ কয়।

Apply Now

৬০ লাখ টকা ব্যয় সাপেক্ষে ড০ ভূপেন হাজৰিকা আৰু গণ শিল্পী বিক্ৰম সিং য়েইন সোঁৱৰণি যাদুঘৰ নিৰ্মাণ আৰু দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ এটা স্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণৰ  কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে দিচাংমুখে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু এটা বাছ আস্থান অতি আৱশ্যক হৈ পৰিছে। তেওঁ দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ স্থায়ী ভৱনৰ বাবে মিচিং পৰিষদৰ পৰা ৫ লাখ টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ পিছতে শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱালে তিনিদিনীয়া কাৰ্যসূচীৰ বৃহৎ দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আবেলি বিশিষ্ট কবি, স্তম্ভলেখক অনিল পাংগিঙে দিচাংমুখ খেলপথাৰত অনুষ্ঠিত ক্ৰীড়া অনুষ্ঠানৰ উদ্বোধন কৰে।

দ্বিতীয় দিনাৰ সন্ধিয়া ৰনজনী কান্ত পাংগিঙে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ বৰনৈ-দিচাং উন্মোচন কৰে বিশিষ্ট স্তম্ভলেখক ছামছুল বাৰিকে। অনুষ্ঠানত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ সভাপতি পুনাৰাম মিলি, সাংবাদিক কুমাৰ অভিজিৎ দুৱৰা ,সামাজিক কৰ্মী থানুৰাম মিলি, কুমাল পাংগিং, অৰ্জুন গোৱালা ইত্যাদি।

ইয়াৰ পিছতে দিচাংমুখ প্ৰেছ ক্লাৱৰ উদ্যোগত এখন কবি সন্মিলন অনুষ্ঠিত হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক বিনোৱা টায়ে কবি সন্মিলনখন উদ্বোধন কৰে। বিশিষ্ট কবি গংগা মোহন মিলি, প্ৰেম গগৈ, অনিল পাংগিং, প্ৰশান্ত কুমাৰ নাথকে ধৰি প্ৰায় ১৬ গৰাকী কবিয়ে কবিতা পাঠ কৰে।

এই অনুষ্ঠানতে অকনিৰ কথা শিল্পী ইমৰান শ্বাহ, প্ৰজ্ঞাৰ সাধক ড০ বিৰিঞ্চি কুমাৰ বৰুৱা, মুকুট বিহীন সম্ৰাট অকনিৰ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা আদিকে ধৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।

আনহাতে, ৰাতিপুৱাৰ ভাগত কেশৱ দলে আৰু কেছান দলে সোঁৱৰণি হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

সামৰণিৰ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।

 

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd