• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগা শান্তি চুক্তিয়ে এক ইঞ্চিও ইফাল-সিফাল নকৰে কোনো ৰাজ্যৰে সীমা; আলোচনা ৰাজনৈতিক সমাধানৰ, সীমা পুনৰ্নিৰ্ধাৰণৰ নহয় : ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2018 3:55 pm
kiren rijiju on naga peace talk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা শান্তি (Naga Peace) চুক্তিয়ে অসমৰ লগতে উত্তৰ-পূবৰ কোনো ৰাজ্যৰে ভৌগোলিক অখণ্ডতা খৰ্ব নকৰে। আজি ৭ এপ্ৰিলত গুৱাহাটীত এক সংবাদমেলত এইদৰে কয় কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

ৰাজ্যৰ ভূমি হেৰাব বুলি অসমকে ধৰি নাগালেণ্ডৰ সীমামূৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণ দীৰ্ঘদিন ধৰি উদ্বিগ্ন হৈ থকা এই নাগা শান্তি ‘আলোচনা ৰাজনৈতিক সমাধানৰ বাবে আৰু ই ৰাজ্যসমূহৰ ভূখণ্ডৰ সত্যাসত্য পৰীক্ষণৰ বাবে নহয়’ বুলি তেওঁ সংবাদমেলখনত মন্তব্য কৰে।

Apply Now

অসমৰ মাটি যে নাগালেণ্ডত নাযায় ‘তাক লৈ আপোনালোকে সম্পূৰ্ণৰূপে নিশ্চিত হ’ব লাগে’ বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভৌগোলিক অখণ্ডতা অক্ষুন্ন থাকিব আৰু ৰাজ্যসমূহৰ সীমা পূৰ্বে যিদৰে নিৰ্ধাৰণ কৰা হৈছে তাত এক ইঞ্চিও ইফাল-সিফাল নহয়।

কিন্তু আন্তঃৰাজ্যিক সীমাসমূহক লৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ দীৰ্ঘদিন ধৰি মাজে-মাজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তৰ এটা এলেকা ‘বিবদমান’ বুলি কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়েই স্বীকাৰ কৰি কিছুদিন পূৰ্বে যুটীয়া গৃ্হ সচিবক পৰিদৰ্শনৰ বাবে পঠিয়াইছিল। ৰাজ্যসমূহৰ মাজৰ এনে সীমা বিবাদ সন্দৰ্ভত তেওঁ কোনো মন্তব্য আজিৰ সংবাদমেলত কৰা নাছিল।

এন ই নাও-এ কৰা কিৰেন ৰিজিজুৰ সংবাদমেলৰ ফে’ছবুক লাইভ ভিডিঅ’ চাবলৈ ইয়াত ক্লিক কৰক।

আনহাতে ২০১৫ চনত স্বাক্ষৰ কৰা নাগা ফ্ৰে’মৱৰ্ক বা আধাৰ চুক্তি (Frame-work agreement)ক বহুতে ভুল বুজা বুলি উল্লেখ কৰি তেওঁ কয় ‘নাগা শান্তি আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। আমি কৈছিলো যে আমি নিৰ্দিষ্ট সময়সীমা লৈ আগবাঢ়িম। কিন্তু তাৰ আগতে আমি এক ধৰণৰ বুজাবুজিলৈ অহাটো দৰকাৰ, যাৰ আধাৰত আলোচনাটো আগবাঢ়িব। সেয়ে আধাৰ চুক্তিখন কৰা হৈছিল। তেওঁলোকৰ কাৰ্য্যসূচীত সাৰ্বভৌমত্বকে ধৰি আন কিছুমান গুৰুতৰ বিষয় আছিল, যিবোৰ তেওঁলোকে পৰিহাৰ কৰিলে। ভাৰতীয় সংবিধানৰ আধাৰতে আলোচনা আগবাঢ়িব আৰু সেইটোৱে হ’ল আধাৰ চুক্তি।’

তেওঁ কয় যে ‘নাগাসকলৰ অনন্য ঐতিহ্যক স্বীকৃতি দিয়াটোত ফ্ৰে’মৱৰ্ক চুক্তিয়ে জোৰ দিছে। শান্তি আলোচনা সুচাৰুৰূপে চলি আছে আৰু সম্পূৰ্ণ স্পষ্টতাৰ সৈতে আগবাঢ়িছে।’

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd