• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়াই মানি নলয় বুলি অগপই স্পষ্ট কৰি দিলে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
May 23, 2018 8:23 am
AGP_Rajnath

নতুন দিল্লীত ২২ মে'ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে অগপৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ বাবে জাতিধ্বংসী আৰু সেইবাবে এইখন অসমীয়াই মানি ল’ব নোৱাৰে। – গৃহ মন্ত্ৰী ৰাজনাথ সিঙক এইদৰে স্পষ্ট কৰি দিলে অগপই।

২২মে’ত সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ জনমতক সন্মান জনাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰি অসমৰ জনসাধাৰণৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

Apply Now

দলটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীয়ে তাৰ পিছতে নতুন দিল্লীত এখন সংবাদমেলো সম্বোধন কৰে।

নেতাদ্বয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন যিহেতু ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ ন’ডেল বিভাগৰো দায়িত্বত আছে, গতিকে তেওঁক সাক্ষাৎ কৰি বিধেয়কখন বাতিলৰ দাবী পুনৰ উত্থাপন কৰা হৈছে, যাতে বিজেপিৰ সৈতে থকা অগপৰ মিত্ৰতা অক্ষুণ্ণ ৰখাত তেওঁ ইতিবাচক ভূমিকা লয়। অসম চুক্তিৰ সকলো দফাৰ ৰূপায়ণৰ ওপৰতে দুয়োটা দলৰ মিত্ৰতাৰ ভেটিটো থিয় হৈ আছে বুলি নেতা দুজনে সিঙক কয়।

তেওঁলোকে লগতে কয় যে অসমে চুক্তিখনৰ জৰিয়তে ইতিপূৰ্বে ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে বিদেশীৰ বোজা ল’লে। এই বাবেই অসম চুক্তিখনৰ ৬ নং দফাত ৰাজ্যখনৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। কিন্তু এই পৰ্য্যন্ত তাৰ বাবে একো কৰা হোৱা নাই। অসম নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা হ’ব পৰা অতিৰিক্ত বোজা বহন কৰিবলৈ অক্ষম।  বিধেয়কখন গৃহীত হ’লে অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হ’ব আৰু অসমৰ ভাষা-সাহিত্য-সংস্কৃতি সম্পূৰ্ণৰূপে বিপদাপন্ন হৈ পৰিব। এই বিধেয়কখন অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ।

আনহাতে সাংবাদিকৰ আগত নেতা দুজনে কয় যে মেঘালয় আৰু বিহাৰৰ মুখ্য মন্ত্ৰীয়েও বিধেয়কখনৰ বিৰোধিতা কৰিছে।

উল্লেখযোগ্য যে মেঘালয়ৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ আলোচনা মৰ্মে এই বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিছিল। লগতে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও আছুৰ প্ৰতিনিধিক অসমত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতালৈ সমৰ্থন আগ বঢ়াইছিল। আনহাতে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও বিধয়েকখনৰ বিৰোধিতা কৰিছিল।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd