• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবাৰ্ডৰ পুঁজিৰে এবছৰৰ ভিতৰতে ৰাজ্যৰ সকলো কাঠৰ দলং পকী হ’ব; বাঁহৰ দলংবোৰ একে থাকিব : মন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2018 6:35 pm
Himanta

সংবাদমেলত গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অহা বছৰৰ পৰা অসমত নাথাকিব এখনো কাঠৰ দলং। ৰাজ্যৰ সকলো দলঙেই পকী কৰা হ’ব লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ পৰিযোজনাৰ অধীনত।” আজি জনতা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কালি মুম্বাইত নাবাৰ্ডৰ অধ্যক্ষৰ সৈতে ৰাজ্যৰ গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হোৱাৰ পিছত লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ পৰিযোজনাৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা কাঠৰ দলংসমূহ পকী কৰাৰ বাট মুকলি হয় বুলি আজি মন্ত্ৰীজনে সংবাদমেলত জানিবলৈ দিয়ে।

Apply Now

সংবাদমেলত মন্ত্ৰীজনে কয়, “অসমত প্ৰায়  ১১৭২খন কাঠৰ দলং আছে। প্ৰত্যেক বছৰে ২০০-৩০০ কাঠৰ দলং পকী কৰি থকা হয় যদিও এইবছৰ লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ আঁচনিৰ অধীনত এই গোটেই কাঠৰ দলং একেলগে পকী কৰাৰ ব্যৱস্থা কৰা হ’ব।”

আনহাতে কাঠৰ দলংসমূহৰ ঠাইত পকী দলং নিৰ্মাণ কৰাৰ বাবদ আনুমানিক ২ হাজাৰ কোটি টকা লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মঙলবাৰৰ সংবাদমেলত সদৰী কৰে। নাবাৰ্ডৰ অধ্যক্ষই এই সমগ্ৰ ধনৰাশি দিয়াৰ কথা দিছে বুলি মন্ত্ৰী হিমন্তই কয়। তেওঁ লগতে অহা ছেপ্তেম্বৰ মাহৰ পৰা এই কাম আৰম্ভ হ’ব বুলি আশ্বাস প্ৰদান কৰে।

যোৱা বছৰ বাজেটত এহাজাৰখন কাঠৰ দলং পকী কৰাৰ বাবে ধন ধৰা হৈছিল যদিও ২৫০খনহে কৰা হ’ল বুলি তেওঁ স্বীকাৰ কৰে।

ইয়াৰোপৰি তেওঁ উল্লেখ কৰা তথ্য অনুসৰি ১২৬টা সমষ্টিৰ ভিতৰত ১৫টা সমষ্টিতহে কাঠৰ দলং নাই।

তাৎপৰ্য্যপূৰ্ণভাৱে এবছৰৰ ভিতৰতে এই দলংসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হ’ব বুলি আশ্বাস দি মন্ত্ৰীজনে কয় যে এবছৰৰ ভিতৰত আঁচনিখনৰ সমগ্ৰ ধন নাবাৰ্ডে অসম চৰকাৰক প্ৰদান কৰিব।

অৱশ্যে বাঁহৰ দলংসমূহৰ অৱস্থাৰ পৰিৱৰ্তন নহয় বুলি জানিব পৰা গৈছে। “বাঁহৰ দলং থাকিব কিন্তু কাঠৰ দলং নাথাকে অসমত। পথাৰৰ মাজত জুৰি এটা পাৰ হ’বলৈ বাঁহৰ দলং সমূহ থাকিবই লাগিব।” মন্ত্ৰীজনে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd