• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেতাসকলে মহিলা সবলীকৰণৰ কথা কলেও বাস্তব ক্ষেত্ৰত এতিয়াও বহু মহিলা পিছ পৰি আছে :ড০ নাজমা হেপতোল্লা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 4, 2018 6:59 pm
North-East Emerging 2018
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’মই মোৰ ৪০ বছৰীয়া ৰাজনৈতিক জীৱনত দেখি আহিছো নেতাসকলে নাৰী সবলীকৰণৰ কথা কয় কিন্তু বৰ্তমানো মহিলাসকল পিছ পৰি আছে‘’ এচ’চেমৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হোৱা ইমাৰজিঙ নৰ্থ-ইষ্ট ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতোল্লাই এনেদৰে মন্তব্য কৰে।

তেওঁ কয় ‘’ বৰ্তমান মহিলাসকল শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰি আছে। সেয়েহে আৰ্থিক দিশৰ ক্ষেত্ৰতো তেওঁলোক স্বচ্ছল হ’ব ৰা নাই‘’।

Apply Now

তদুপৰি তেওঁ এই অনুষ্ঠানত মণিপুৰৰ মহিলাসকল অথনৈতিক ভাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগবঢ়া বুলি মন্তব্য কৰে। বিশ্বৰ ভিতৰত মণিপুৰৰ ইমা বজাৰখন মহিলাসকলৰ আটাইতকৈ ডাঙৰ বজাৰ বুলি সদৰী কৰে।

আনহাতে ৰাজ্যপাল গৰাকীয়ে উত্তৰ-পূবৰ অন্য ৰাজ্যৰ তুলনাত অসম আন্তঃগাথনি তথা সম্পদৰ ক্ষেত্ৰত চহকী বুলি উল্লেখ কৰি উত্তৰ-পূবৰ অন্যান্য ৰাজ্যকেইখনৰো আন্তঃগাথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ ভূমিকা লোৱা উচিত।‘’

 

Najma Heptulla
মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতোল্লা

তেওঁ লগতে কয় যে উত্তৰ-পূবৰ অন্য ৰাজ্য কেইখনৰ তুলনাত গুৱাহাটীৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত মানৰ হোৱা বাবে প্ৰতিৱেশী ৰাজ্যকেইখনৰ লগত অতি সহজেই বাণিজ্যিক সংযোগ স্থাপন কৰিব পাৰে।

ইয়াৰোপৰি তাৎপৰ্যমূলক মন্তব্য কৰি তেওঁ কয় যে মহিলাসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে অবহেলা প্ৰকাশ কৰা দেখা যায়।

আনহাতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা লোকসভাৰ সাংসদ বিজয়া চক্ৰব্ৰতীয়ে কয় ‘মই ১৯৮৬ চনতে নাজমা হেপতোল্লাক লগ পাইছিলো আৰু তেতিয়া তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ আছিল। তেতিয়াৰ পৰাই তেওঁ শাৰিৰীক তথা মানসিকভাবে অত্যন্ত সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আছিল’।

পূৰ্বৰ তুলনাত উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা সূচল হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া কোনো বাধা নোহোৱাকৈ এই অঞ্চললৈ আহিব পাৰে। এই ক্ষেত্ৰত তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক অশেষ ধন্যবাদ জনায়।

আনহাতে তেওঁ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাই কয় ‘’কৃষিক্ষেত্ৰ, মৎস্য উৎপাদন ইত্যাদি ক্ষেত্ৰত নবপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে এচ’চেমে যি পদক্ষেপ লৈছে সেয়া অতিকৈ প্ৰশংসনীয়।‘’

সভাখনত এচ’চেমৰ সচিব প্ৰধান ডি এচ ৰাৱাতে ভাষণ প্ৰদান কৰি কয় ‘’আজিৰ দিনটো আমাৰ সকলোৰে বাবে মহত্বপূৰ্ণ দিন যে আমি মণিপুৰৰ ৰাজ্যপালক আমাৰ মাজত পাইছো। ভাৰত চৰকাৰ তথা অসম চৰকাৰে কেঁচা সামগ্ৰীৰ পৰা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত যি ভূমিকা লৈছে সেয়া প্ৰশংসনীয়।‘’

‘উত্তৰ পূবৰ কুটীৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা কিছুসংখ্যক লোকক ইজৰাইললৈ নিয়া হ’ব যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যবসায়ীসকলৰ লগত ব্যৱসায় কৰিব পাৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে’, এইদৰে উল্লেখ কৰে ৰাৱাতে।

তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক, কৃষি, খাদ্য প্ৰস্তুতৰ ক্ষেত্ৰত জড়িত লোকসকলক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ বাবে তথা ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

আজিৰে পৰা আৰম্ভ হোৱা এই ইমাৰজিঙ নৰ্থ ইষ্ট ২০১৮ ত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা অহা বিপনীসমূহে অংশগ্ৰহণ কৰিছে। তেওঁলোকে হস্ত নিৰ্মিত বাঁহ বেতৰ সামগ্ৰীৰ লগতে পৰম্পৰাগত খাদ্য বিক্ৰী কৰিব।

উল্লেখ্য যে মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতোল্লাই এচ’চেমৰ দ্বাৰা আয়োজিত ইমাৰজিঙ নৰ্থ-ইষ্ট ২০১৮ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd