• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

নৱোদয় বিদ্যায়লৰ শিক্ষাৰ্থীক নিৰ্মাণ শ্ৰমিক হিচাপে কামত লগোৱাৰ অভিযোগ

পান্না ঘোষ by পান্না ঘোষ
March 5, 2018 5:23 pm
DharmanagarNabodayVidyalaya_4

ধৰ্মনগৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষাৰ্থীক শ্ৰেণীৰ পৰা আঁতৰাই কামত লগোৱাৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যালয়ৰ ছাত্ৰক অধ্যয়নৰ পৰা এৰুৱাই বিদ্যালয় গৃহ নিৰ্মাণৰ কামত শ্ৰম কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উঠিছে ত্ৰিপুৰাৰ ধৰ্মনগৰস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষকসমাজৰ বিৰুদ্ধে।

জানিব পৰামতে বিদ্যালয়খনৰ ৫ম, ৬ষ্ঠ, ৭ম আৰু ৮ম শ্ৰেণীৰ ছাত্ৰসকলক যোৱা ৪ জানুৱাৰিৰৰ পৰাই পাঠ গ্ৰহণৰ পৰিৱৰ্তে শ্ৰেণীৰ সময়তে আৰু য়ুনিফ’ৰ্মৰ সৈতেই বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যত শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে। সূত্ৰটোৱে জনোৱামতে অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ মিনা আৰু শিক্ষক জয় সিং মিনা (দুয়োজন ৰাজস্থানৰ)ই তেওঁলোকক ঘৰত এই কথা ক’লে ব্লেকলিষ্টেড কৰাৰ ভাবুকি দিছে।

Apply Now
TripuraNabodayVidyalaya
ধৰ্মনগৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষাৰ্থীক শ্ৰেণীৰ পৰা আঁতৰাই কামত লগোৱাৰ দৃশ্য।

এই ভাবুকিক আওকাণ কৰি কেইজনমান ছাত্ৰই তেওঁলোকৰ অভিভাৱকক জনায়। লগতে কৌশলেৰে তেওঁলোকৰ ওপৰত বিদ্যালয়ৰ সময়ছোৱাত চলোৱা উৎপীড়নৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে।

TripuraNabodayVidyalaya_3
ধৰ্মনগৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ইটা ভাঙি থকাৰ দৃশ্য।

অভিভাৱকসকলে এই সম্পৰ্কত উত্তৰ সংমণ্ডলৰ ডি এম শৰদেন্দু চৌধুৰীক অভিযোগ দিয়ে যদিও এই পৰ্য্যন্ত ডি এমজনে একো ব্যৱস্থা লোৱা নাই।

উল্লেখযোগ্য যে বিদ্যালয়লৈ পঠিওৱা ছাত্ৰ-ছত্ৰীক কামত লগোৱা বাদেই যিকোনো ধৰণৰ উৎপীড়নৰ খবৰ পোৱাৰ লগে লগে কাৰ্য্যব্যৱস্থা লোৱা উচিত আছিল যদিও অভিভাৱকৰ পৰা তথ্য-প্ৰমাণসহ অভিযোগ পোৱাৰ পিছতো কৰ্তৃপক্ষই কোনো তৎপৰতা নেদেখুওৱাত সন্দেহৰ গোন্ধ পাইছে অভিভাৱকে।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd