• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমাধান নোলালে জনগোষ্ঠীয় এলেকাত ‘বিজেপি’ৰ প্ৰৱেশ নিষিদ্ধ : জনগোষ্ঠীয় ঐক্য মঞ্চ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 8:10 am
27-06-18-Guwahati-Six-indigenous-group-protest-2-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ নামত প্ৰতাৰণা কৰি অহা বিষয়টো সন্দৰ্ভত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ এখন জৰুৰী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা বুধবাৰে গোলাঘাটৰ শিশু ভৱন বিদ্যালয়ত অনুষ্ঠিত হয়।

জনগোষ্ঠীয় ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকখন অন্ত পৰাৰ পাছত সংবাদ মাধ্যমক এলানি কাৰ্যসূচী ঘোষণা কৰি কয় যে ৩০ জুলাইত ছয় জনগোষ্ঠী ঐক্য মঞ্চই দেশৰ ৰাজধানী দিল্লীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ উপৰি দেশৰ স্বাধীনতা দিৱসৰ দিনা অসমৰ প্ৰতিখন জিলাত ক’লা বেজ পৰিধান কৰি ক’লা দিৱস পালন কৰিব।

Apply Now

আনহাতে তেওঁলোকে আৰু কয় যে এই কাৰ্যসূচী কেইটাৰ অন্ত পৰাৰ পৰৱৰ্তী সময়ত জনগোষ্ঠী বসতি প্ৰধান প্ৰতিখন গাঁও, প্ৰতিখন চাহ বাগিচালৈ যাওঁ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আজিৰ সভাত ৰাজ্যৰ সকলো প্ৰান্ততে নাগৰিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ঐক্যমঞ্চই বিজেপিৰ বিধায়ক মৃণাল শইকীয়াক ছয় জনগোষ্ঠীৰ শত্ৰু আখ্যা দিয়ে আৰু ভৱিষ্যতে এনেধৰণৰ তীৰ্যক মন্তব্য নকৰিবলৈও বিধায়কগৰাকীক সকিয়াই দিয়ে।

কালি অনুষ্ঠিত হোৱা সভাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে যদিহে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰসংগটোৰ কোনো সমাধান সূত্ৰ নুলিয়াই তেন্তে জনগোষ্ঠীয় এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হ’ব।

বুধবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি যাদৱ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জনগোষ্ঠীয় ঐক্য মঞ্চৰ কাৰ্যনিৰ্বাহক সভাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, চুতীয়া যুৱ সন্মিলনৰ সভাপতি বিতোপন শইকীয়া, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া, উপ সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক দেৱঋষি চেতিয়া, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপ সভাপতি  অনন্ত নায়ক, সাধাৰণ সম্পাদক পৱন বেডিয়া, সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সাংগঠনিক সম্পাদক ৰুবুল বৰা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, সদৌ মৰাণ ছাত্ৰ-সন্থাৰ সহকাৰী সম্পাদক মুনীন দুৱৰাৰ লগতে জনগোষ্ঠীয় ঐক্য মঞ্চৰ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd