• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাৱাৰ গ্ৰীডৰ বঞ্চনাৰ বলি : ভয়ংকৰ বিপদ মূৰ পাতি লৈ দিন কটাইছে চাৰিদুৱাৰৰ চতাইবাসীয়ে

ৰিতুপৰ্ণ চক্ৰৱৰ্তী by ৰিতুপৰ্ণ চক্ৰৱৰ্তী
June 8, 2018 10:51 am
Screenshot_2018-06-08-09-09-27
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ চতাই গাৰো গাওঁৰ কেইটামান পৰিয়ালে জীৱন মৰণৰ ভয়ংকৰ শংকাৰ মাজত দিন অতিবাহিত কৰিছে। পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ চৰম বঞ্চনাৰ বলি হৈ তীব্ৰ ভয় আৰু শংকাত তথা মৰণৰ লগত খেলা কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁৱখনৰ বহু কেইটা পৰিয়ালে।

তেওঁলোকে নিত্য নৈমিত্তিকভাৱে পাৰ কৰি অহা দিনৰ কথা শুনিলে ভয় আৰু শংকাত সকলোৰে বুঁকু কপি উঠিব। চতাই গাৰো গাওঁৰ এইসকল পৰিয়ালৰ ঘৰৰ ওপৰেৰে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অব ইণ্ডিয়াই লৈ গৈছে “কামেং বালিপৰা 440 KVA বৈদ‍্যুতিক তাৰঁ।

Apply Now

এই তাঁৰ সমূহেৰে ২৪ ঘন্টাই বিপদজনক ভাৱে বিদ্যুৎ প্ৰবাহিত হৈ আছে। ফলস্বৰূপে এই বিদ্যুৎ মানুহৰ ঘৰৰ চাললৈও প্ৰবাহিত হৈছে। গাঁৱখনত বাস কৰা লোকসকলৰ ঘৰৰ টিঙৰ চালিত বিদ্যুৎ প্ৰৱাহিত হৈ আছে। টিঙত টেষ্টাৰ লগাই দিয়াৰ লগে লগে জ্বলি উঠে টেষ্টাৰ।

Screenshot_2018-06-08-09-09-08

কেৱল সেয়াই নহয়,তাঁৰ সমূহৰ তলত বাইক, চাইকেল আদি যিয়েই ৰখা হয় তাতো জ্বলি উঠে টেষ্টাৰ। পাৱাৰ গ্ৰীডে এইসকল লোকক প্ৰৱঞ্চনা কৰি এই বিদ্যুতৰ খুটা আৰু তাৰঁসমূহ ঘৰৰ ওপৰেৰে নিয়াৰ বাবে ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল যদিও আজি পৰ্য‍্যন্ত এইসকল দৰিদ্ৰ পৰিয়ালে সেয়া লাভ কৰিবলৈ সক্ষম নহ’ল।

ইয়াৰ বিপৰীতে এনেদৰে মৰণত শৰণ দি হলেওঁ এই বৈদ্যুতিক তাঁৰৰ মাত্ৰ ১০/১২মিটাৰ তলতে বিপদসংকুলভাৱে থাকিব লগীয়া হৈছে পৰিয়ালসমূহ। ৰাইজে এই সৰ্ন্দভত জিলা প্ৰশাসনক  অৱগত কৰিছিল যদিও প্ৰশাসনকো অংগুস্থ দেখুৱাই পাৱাৰ গ্ৰীডে নিজৰ মইমতালিৰে কাম কৰি যোৱাৰ ফলত এইসকল দৰিদ্ৰ পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।

আনহাতে, সম্প্ৰতি ২৪ ঘন্টাই ঘৰৰ ওপৰেৰে 440 KVA ৰ বিদ্যুৎ প্ৰৱাহিত হৈ থকাৰ ফলত এই পৰিয়ালসকলে বিনিদ্ৰ ৰজনীৰে নিশা পাৰ কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

ৰিতুপৰ্ণ চক্ৰৱৰ্তী

ৰিতুপৰ্ণ চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd