• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পিছ দুৱাৰেদি ক্ষমতা দখলৰ বাবে বিজেপি-আই পি এফ টিয়ে উগ্ৰপন্থীৰে বুজাবুজি কৰিছে : মানিক চৰকাৰ

পিনাকী দাস by পিনাকী দাস
January 24, 2018 7:16 pm
ত্ৰিপুৰাত বাওঁ দলৰ নিৰ্বাচনী সমাৱেশ

ত্ৰিপুৰাত বাওঁ দলৰ নিৰ্বাচনী সমাৱেশ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক চৰকাৰে পিছ দুৱাৰেদি ক্ষমতা দখল কৰাৰ বাবে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে উগ্ৰপন্থীৰ সৈতে বুজাবুজি কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

বিজেপি-আই পি এফ টি জোঁটক পূৰ্বৰ কংগ্ৰেছ-টি ইউ জে এছ মিত্ৰজোঁটৰ সৈতে তুলনা কৰি চৰকাৰে কয় যে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে ক্ষমতা দখলৰ বাবে একেটাই কৌশল অৱলম্বন কৰিছে।

Apply Now

কালি আবেলি দুকলিৰ এখন জনসমাৱেশ সম্বোধন কৰি মুখ্য মন্ত্ৰীজনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

চৰকাৰে তেওঁৰ ভাষণত বিৰোধী বিজেপি আৰু আই পি এফ টিৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে। উল্লেখযোগ্য যে বিজেপি-আই পি এফ টিয়ে এতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ নিৰ্বাচনপূৰ্ব মিত্ৰতা ঘোষণা কৰা নাই।

গৃহ বিভাগৰ দায়িত্বতো থকা মুখ্য মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে আই পি এফ টি উগ্ৰপন্থীসকলৰ অ’ভাৰগ্ৰাউণ্ড সংগঠন আৰু বিজেপিয়ে ইয়াৰ সৈতে মিত্ৰতা কৰি শাসনলৈ আহিব খুজিছে।

তেওঁ কয় যে, ‘স্বাধীন ত্ৰিপুৰাৰ নামত বাংলাদেশত ঘাটি পাতি থকা উগ্ৰপন্থীসকলে ২০০০ চনত বন্দুকৰ ভাবুকি দি ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদ দখল কৰিছিল। বিজেপিয়ে আই পি এফ টিৰ পোছাকৰ তলত এই উগ্ৰপন্থীসকলৰ সৈতে মিত্ৰতা গঢ়ি ক্ষমতা দখল কৰিব খুজিছে।’

চি পি আই (এম)ৰ পলিতব্যুৰ’ সদস্য মুখ্য মন্ত্ৰীজনে লগতে কয় যে, ‘ত্ৰিপুৰাৰ ৰাইজ উগ্ৰপন্থাৰে মুখামুখি হ’ব লগা হৈছিল আৰু পিছলৈ ত্ৰিপুৰাৰ ৰাইজে কংগ্ৰেছ আৰু টি ইউ জে এছৰ উগ্ৰপন্থী নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনৰ জৰিয়তে আঁতৰ কৰি বাওঁ ফ্ৰণ্টক শাসনলৈ আনিছিল।’

তেওঁ কয় যে, ‘সেইকাৰণে বিজেপি-আৰ এছ এছে বুজিছে যে ত্ৰিপুৰাৰ খেলপথাৰ কঠিন। কাৰণ ত্ৰিপুৰাৰ জনসাধাৰণ দুখীয়া হ’ব পাৰে, শ্ৰমিক শ্ৰেণীৰ হ’ব পাৰে কিন্তু তেওঁলোক ৰাজনৈতিকভাৱে খুবেই সচেতন।’

তেওঁ কয় যে বাওঁ ফ্ৰণ্টে শান্তি, নিৰূপদ্ৰৱ অৱস্থা আৰু সমন্বয়ক বিষয় হিচাপে লৈ এই নিৰ্বাচনত যুঁজ দিব।

অহা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd