• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফাদিল হ’ল অনুপ্ৰৱেশৰ বিষয়কলৈ মমতা বেনাৰ্জীৰ দুমুখীয়া স্থিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 1:11 pm
Mamata-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩০ জুলাইত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱা বুলি চিঞৰ বাখৰ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে একমাত্ৰ ৰাজনৈতিক ব্যক্তি হিচাপে পৰিগণিত হৈ পৰিছে।

কিন্তু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত লালমনি বাৰ্মাই লিখা এক প্ৰতিবেদনত অনুপ্ৰৱেশকলৈ মমতা বেনাৰ্জীয়ে পূৰ্বতে গ্ৰহণ কৰা স্থিতি সম্পৰ্কত কিছু বিস্ফোৰক তথ্য উদঙাই দিছে।

Apply Now

প্ৰতিবেদনখন মতে, প্ৰায় ১৩ বছৰ আগতে যেতিয়া বাওঁমৰ্চা শাসিত পশ্চিমবংগৰ পৰা তেওঁৰ দলৰ লোকসভাত একমাত্ৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল, তেতিয়া তেওঁ সংসদৰ নিম্ন সদনত ‘বেংগলত অনুপ্ৰৱেশ’ সম্পৰ্কত ২২ মিনিটত ১৪ বাৰ বিষয়টো উত্থাপন কৰিছিল।

প্ৰতিবেদনত লোকসভাৰ উদ্ধৃতিৰে উল্লেখ কৰা হৈছে যে ২০০৫ চনৰ ৪ আগষ্টত বেনাৰ্জীয়ে সদনত কৈছিল যে এইটো ‘এটা অতি জটিল বিষয়’ যিয়ে বাংলাদেশীৰ লগতে ভাৰতীয়ৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱালৈ চাই এক ‘ধুমুহা’ৰ সংকেত বহন কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে সেই সময়ত প্ৰথম ইউপিএ চৰকাৰক সমৰ্থন কৰা পশ্চিমবংগৰ চিপিআই(এম)ৰ সাংসদ বাসুদেব আচাৰ্যই মমতাক বাৰে বাৰে বাধা দিছিল।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে যেতিয়া সেইসময়ৰ লোকসভাৰ উপাধ্যক্ষ চৰনজিৎ সিং অটৱালে অধ্যক্ষ সোমনাথ চেটাৰ্জীয়ে ইতিমধ্যে তেওঁৰ বিষয়টো অগ্ৰাহ্য কৰিছে বুলি কৈ উত্থাপন কৰিব দিয়া নাছিল, মমতাই তেতিয়া তেওঁ হাতত লৈ থকা কাগজ পত্ৰখিনি অধ্যক্ষৰ চকীৰ পিনে দি দলিয়াই দি সদনৰ পৰা ক্ষুব্ধ হৈ ওলাই গৈছিল।

সেই বছৰৰে জুলাই মাহৰ ২৬ তাৰিখে বিজেপি নেতা এল কে আদৱানিয়ে ‘বাংলাদেশৰ পৰা ব্যাপক অবৈধ অনুপ্ৰৱেশৰ’ বিষয়ে আলোচনাৰ বাবে এটা সভা স্থগিত প্ৰস্তাৱ আনিছিল। কিন্তু মমতা সেইদিনা তাত উপস্থিত নথকাৰ বাবে বি,য়টো আঠদিন পিছত উত্থাপন কৰিব বিচাৰিছিল।

প্ৰতিবেদনত লগতে বিস্তৃতভাৱে উল্লেখ কৰা হৈছে যে  উচ্চতম ন্যায়ালয়ে সৰ্বানন্দ সোণোৱাল বনাম ভাৰত চৰকাৰ আৰু অন্যান্যৰ মাজৰ গোচৰটোৰ ৰায়দানৰ সম্পূৰ্ণ দুসপ্তাহ পিছত আলোচনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। আই এম ডি টি আইন, ১৯৮৩’ বাতিল কৰি উচ্চতম ন্যায়ালয়ে বিদেশী (ন্যায়াধীকৰণ) ৰায় ১৯৬৪’ৰ অধীনত ‘পৰ্যাপ্ত সংখ্যক ন্যায়াধীকৰণ’ গঠন কৰিবলৈ নিৰ্দেশ দিছিল যাতে বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা বা অবৈধভাৱে অসমত বাস কৰা বিদেশীৰ গোচৰসমূহ কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পাৰে।

সেই সময়ত সৰ্বানন্দ সোণোৱাল সংসদত অসম গণ পৰিষদৰ সাংসদ আছিল।

কিন্তু এতিয়া মমতাই অসমত এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰকাশ পোৱাৰ পিছতে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ এই প্ৰতিবেদনখনে ২০০৫ চনত মাথোঁ সাংসদ হৈ থকা আৰু ২০১৮ ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈ থকা মমতা বেনাৰ্জীৰ দুমুখীয়া স্থিতি উদঙাই দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd