• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ সংস্কৃতি বন্ধ কৰাৰ বাবে তৎপৰ বিধানসভাৰ আইন ৰূপায়ন সমিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 8:46 am
shops-keep-their-shutters-down-in-golaghat-town-214975

অসম বন্ধ : প্ৰতিনিধিত্বমূলক ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বন্ধ, পথ অৱৰোধ আদি কাৰ্যসূচী ৰূপায়নৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সাধাৰণ লোকৰ জীৱন-যাত্ৰাত এই কাৰ্যসূচীসমূহে পেলাই অহা প্ৰভাৱৰ বিষয়টো দীৰ্ঘদিন চৰ্চা লাভ কৰি আহিছো যদিও এইক্ষেত্ৰত কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। আনহাতে, এই কাৰ্যসূচীসমূহ  নিষিদ্ধ কৰিলে জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱাৰ দাবীৰ পক্ষতো বহুতে অৱস্থান কৰাৰ বাবে বিষয়টো এক বিতৰ্কৰ মাজতে ৰৈ আছে।

বিভিন্ন দল-সংগঠনে আহ্বান জনাই অহা অসম বন্ধ, পথ বন্ধ আদি নিষিদ্ধ কৰাৰ বাবে এইবাৰ তৎপৰতা প্ৰদৰ্শন কৰি বৃহস্পতিবাৰে অসম বিধানসভাৰ আইন ৰূপায়ণ সমিতি আলোচনাত মিলিত হয়। আইন ৰূপায়ণ সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ‘বন্ধ’ৰ বিৰোধিতা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

Apply Now

পথ অৱৰোধ বা পথ বন্ধই লক্ষ লক্ষ জনতাক ক্ষতিগ্ৰস্ত কৰে আৰু সেই কাৰ্যই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি আহিছে বুলি বৈঠকত সমিতিয়ে বিবেচনা কৰি এই সন্দৰ্ভত যাতে যাৱতীয় ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা যায়, তাৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়াই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

সমিতিয়ে এই কথা গুৰুত্ব সহকাৰে বিবেচনা কৰে কিয়নো পথ বন্ধ কৰি ৰখাৰ অধিকাৰ কাৰো নাই। সকলো ৰাইজৰ পথেৰে যোৱাৰ অধিকাৰ আছে। কিন্তু বন্ধৰ নামত আন্দোলনকাৰীয়ে জনতাক বাধা দিয়াই নহয়, গাড়ী-মটৰৰো ক্ষতিসাধন কৰে, যিটো আইন বৰ্হিভূত।

সেয়ে এইক্ষেত্ৰত যথোচিত ব্যৱস্থা ল’বলৈ সমিতিয়ে চৰকাৰক আহ্বান জনায়। সমান্তৰালভাৱে পথ অৱৰোধৰ নামত টায়াৰ জ্বলোৱাটো বন্ধ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক পৰামৰ্শ আগবঢ়ায়। টায়াৰ জ্বলালে পৰিৱেশ প্ৰদূষিত হয় বাবে টায়াৰ জ্বলোৱাটো নিষিদ্ধ কৰাৰ পৰামৰ্শ আগবঢ়ায়।

আনহাতে, অসম বন্ধ বা জিলা বন্ধ আদি ‘বন্ধ’ কৰাৰ ক্ষেত্ৰত যিহেতুকে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনা আছে, সেয়ে উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ বিধানসভাৰ আইন ৰূপায়ণ সমিতিয়ে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd