• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বাইছুং ভূটীয়াৰ পদক্ষেপক আদৰণি জনাইছে ছিকিম ফুটবল সন্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 10:10 am
বাইছুং ভূটীয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল প্ৰীতিৰ পুনৰ এক নিদৰ্শন দাঙি ধৰি ভাৰতীয় ফুটবল জগতৰ চিৰ পৰিচিত ছবি বাইছুং ভূটীয়া আগবাঢ়ি আহিল সহায়ৰ উদ্দেশ্য লৈ। ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভূটীয়াই এই উদ্দেশ্যৰে ছিকিমৰ ছিনিয়ৰ মহিলা ফুটবল দলটোক প্ৰযোজনীয় খেলৰ সা-সামগ্ৰী যোগান ধৰে। কিয়নো ছিকিমৰ দলটোৱে উৰিষ্যাৰ কটকত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।

শণিবাৰে দলটোৰ খেলুৱৈ তথা অন্য সদস্যসকলক যাৱতীয় পোছাক প্ৰদান কৰি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভূটীয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘ৰাজ্যখনৰ মহিলা দলটোক সহায় কৰাটো মোৰ বাবে সন্মানৰ বিষয় লগতে নিজকে মই গৰ্বিত অনুভৱ কৰিছো’।

Apply Now

তদুপৰি প্ৰাক্তন অধিনায়কগৰাকীয়ে ৰাজ্যখনৰ শিশু ফুটবলাৰৰ লগতে মহিলা খেলুৱৈ সকলক অগ্ৰাধিকাৰ দিয়াৰ বাবে ‘বাইছুং ভূটীয়া ফুটবল স্কুল’ (BBSF) কৰ্তৃপক্ষকো কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু এই দলটোৱে অনাগত প্ৰতিযোগিতাখনত উন্নত প্ৰদৰ্শন কৰাৰ বাবে শুভেচ্ছা প্ৰদান কৰে বাইছুং ভূটীয়াই।

আনহাতে বাইছুং ভূটীয়াই মহিলা দলটোৰ প্ৰতি দেখুওৱা এনে নিদৰ্শনক ছিকিম ফুটবল সন্থাৰ উপ-সভাপতি চিৱাং পল চাংদেৰপাই ধন্যবাদ জনায়।

মহিলা দলটোৰ প্ৰশিক্ষক পুষ্পা গুৰুঙেও বাইছুং ভূটীয়া আৰু BBSFক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মহিলা দলটোৱে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে লাভ কৰা প্ৰশিক্ষণ তথা সহায়ৰ বাবে ধন্যবাদ জনায় ছিকিম ফুটবল সন্থাক।

এনেদৰে সহায় তথা উৎসাহ পায় থাকিলে ভৱিষ্যতত মহিলা দলে যথেষ্ট ভাল ফলাফল আগবড়াব বুলি প্ৰশিক্ষকগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে ছিকিমৰ মহিলা দলটোত কেইবাগৰাকীও আন্তৰাষ্ট্ৰীয় তথা প্ৰতিভাসম্পন্ন খেলুৱৈৰে সমৃদ্ধ।

স্মৰ্তব্য যে সমাগত প্ৰতিযোগিতাখনত মুঠ ২০ গৰাকী খেলুৱৈয়ে ছিকিমৰ দলটোক প্ৰতিনিধিত্ব কৰিব। তদুপৰি দলে ২৮ জানুৱাৰিৰ দিনা তামিলনাডুৰ বিৰুদ্ধে প্ৰথম খেলত অৱতিৰ্ণ হৈ লীগৰ শুভাৰম্ভণি কৰিব।

বৰ্তমান ছিকিমৰ মহিলা দলটোৱে চোৰেঙত আয়োজিত প্ৰশিক্ষণ শিবিৰত প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলায় আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd