• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান- খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত বালিপৰাত আছু, অসম সেনাৰ ৰাজহুৱা মুণ্ডন

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী by ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
June 25, 2018 1:07 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰৰ  বালিপৰা  অঞ্চলৰ ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰি ৰখা বানপানী, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি বালিপৰাত আছু, অসম সেনা আৰু ৰঙাপৰা আঞ্চলিক উন্নতি সভাৰ উদ্যোগত ৰাজহুৱা মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বালিপৰাত জৰাসৰ, মানশিৰি নৈয়ে প্ৰতিবছৰে বান, গৰাখহনীয়াৰে ৰাইজৰ ধন -জনৰ বিস্তৰ ক্ষতি সাধন কৰি  অহাৰ পিছতো স্থানীয় বিধায়ক পল্লৱলোচন দাসে সমস্যাটোৰ প্ৰতি কোনো কাণসাৰ নিদিয়াৰ অভিযোগ কৰি কালিৰে পৰা  দল- সংগঠনসমূহে একত্রিতভাৱে উক্ত সমস্যাসমূহ  শীঘ্ৰে সমাধান কৰাৰ দাবীৰে এনেদৰে ২৪ ঘন্টীয়া অনশনৰ অন্তত আজি সমূহীয়াকৈ মুণ্ডন কৰি প্ৰতিবাদ  কৰে।

Apply Now

ATTACHMENT তদুপৰি সন্থাই ইতিমধ্যে উক্ত সমস্যা সমাধানৰ বাবে ইতিপূৰ্বে  আৱণ্টিত পুঁজিৰ ক্ষেত্ৰতো বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। যাৰ ফলত স্বাধীনতাৰ ৭০ বছৰৰ পিছতো বালিপৰাবাসীয়ে উক্ত সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰে উক্ত জ্বলন্ত সমস্যাৰ সমাধান নকৰিলে অনাগত দিনত জংগী আন্দোলন কৰা হ’ব বুলিও হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজে এনে সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও কোনো এখন চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

August 11, 2026 5:18 pm
পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

August 11, 2026 5:18 pm
পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd