• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেচৰকাৰী সংস্থা ‘প্ৰথম’ৰ উদ‍্যোগত ডিমৌত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখুওৱাৰ প্ৰচেষ্টা

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
February 1, 2018 7:35 am
Students gathers to view lunar eclipse at Dimow
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ জানুৱাৰিত গোটেই ভাৰতৰ লগতে অসমতো দেখা পোৱা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দৃশ্য ডিমৌ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ ছাত্র-ছাত্ৰীসকলক টেলিস্কোপৰ জৰিয়তে দেখুওৱাৰ এক  প্ৰচেষ্টা হাতত লোৱা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্ৰণী বেচৰকাৰী সংস্থা ‘প্ৰথম’ ডিমৌ শাখাৰ উদ‍্যোগত বুধবাৰে সন্ধিয়া ডিমৌৰ কলিয়াপানী স্থিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এই বিশেষ উদ‍্যোগ গ্ৰহণ কৰা হৈছিল।

Apply Now

ইতিমধ্যে ‘ৰিড ইণ্ডিয়া’ প্ৰকল্পৰ উপৰিও বিজ্ঞান তথ‍্যপ্ৰযুক্তি সম্বন্ধীয় বিভিন্ন প্ৰকল্পৰ আধাৰত ডিমৌ আৰু দাঁতিকাষৰীয়া  বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ৱ পৰাকৈ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন সময়ত বহু ফলপ্ৰসু কাৰ্যপন্থা  হাতত লৈ আহিছে।

অৱশ্যে টেলিস্কোপৰ জৰিয়তে চন্দ্ৰ গ্ৰহণৰ বিৰল দৃশ্য প্ৰত‍্যক্ষ কৰিবলৈ প্ৰায় ৪০ জন ছাত্ৰ-ছাত্ৰীৰ লগতে ১০-১৫ জন লোক সমবেত হৈছিল যদিও প্ৰতিকুল বতৰৰ বাবে আকাশ ডাৱৰাচন্ন  হৈ থকাত এই দৃশ্য প্ৰত‍্যক্ষ কৰাৰ পৰা বঞ্চিত হয় উপস্থিত লোকসকল।

২০০৭ চনৰ পৰা অসমত ১১ টা খণ্ডৰ লগতে ডিমৌ খণ্ডত বৰ্তমান ৬ টাকৈ বিশেষ শিক্ষামূলক আৰু বৃত্তিমূলক প্ৰকল্প ৰূপায়ন কৰি থকা  বেচৰকাৰী সংষ্ঠা ‘প্ৰথম’ৰ  উদ‍্যোগত আজি চন্দ্ৰগ্ৰহণৰ দৃশ্য প্ৰত‍্যক্ষ কৰোৱাবৰ বাবে লোৱা এই কাৰ্যক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

ইয়াৰ পাছতে সংস্থাৰ খণ্ড সমল ব‍্যক্তি চন্দন চাউৰা আৰু চন্দন ডেকা আৰু  বিজ্ঞান ব‍্যক্তি ধনজ‍্যোতি কুৰ্মীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক টেলিস্কোপ আৰু মহাকাশ বিজ্ঞান সম্বন্ধীয় বহু তত্বগধুৰ বাখ‍্যা অতি মনোগ্ৰাহীকৈ বুজাই দিয়ে।

খণ্ড সমল ব‍্যক্তি চন্দন চাউৰাই জানিবলৈ দিয়া মতে সংস্থাৰ মূল উদ্দেশ্য হৈছে গ্ৰাম‍্য অঞ্চলৰ শিশুসকলক শিক্ষাৰ বাট দেখুওৱা আৰু দেশত স্বাক্ষৰতাৰ হাৰ বৃদ্ধি কৰা।

তেওঁ আগন্তুক দিনতো ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী সকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এনেধৰণৰ বিভিন্ন শিক্ষা মূলক অনুষ্ঠানৰ আয়োজন কৰি যাব বুলি জানিবলৈ দিয়ে।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd