• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত শিক্ষকৰ দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
February 1, 2018 10:33 pm
Q1OSKR7D42
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলে ছয়মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক সংকটত ভোগাৰ সময়তে দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাত।

উল্লেখ্য যে, উচ্চ আৰু নিম্ন প্ৰাথমিক স্নাতক শিক্ষকসকলৰ ‘গ্ৰেড-পে’ বৃদ্ধিক কেন্দ্ৰ কৰি বিগত ছয়মাহে এই শিক্ষকসকলৰ বন্ধ হৈ আছে দৰমহা।

Apply Now

পূৰ্বতে স্নাতক শিক্ষকসকলক ৰাজ্যৰ বিত্ত বিভাগে ৮৭০০ গ্ৰেড-পে দৰমহা আদায় দিছিল যদিও সপ্তম দৰমহা আয়োগৰ পিচতে এই শিক্ষকসকলৰ গ্ৰেড-পে হ্ৰাস কৰি ৬৮০০ কৰে।

ৰাজ্যৰ বিত্ত বিভাগৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নাছিল এই শিক্ষকসকলে। পিচত স্নাতক মজলীয়া শিক্ষক কল্যাণ সমিতিয়ে পূৰ্বৰ হাৰত গ্ৰেড-পে আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল।

এই গোচৰৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে শিক্ষকসকলক পূৰ্বৰ হাৰতে গ্ৰেড-পে আদায় দিবলৈ ৰায়দান দিছিল। কিন্তু ৰাজ্যৰ বিত্ত বিভাগে আজিও শিক্ষকসকলক পূৰ্বৰ হাৰত আদায় নিদিয়াত দৰমহাৰ পৰা বঞ্চিত হৈ থাকিবলগীয় হৈছে দুৰ্ভগীয়া শিক্ষকসকল।

তীব্ৰ আৰ্থিক সংকটত ভোগা একাংশ শিক্ষকে সদ্যহতে ৬৮০০ গ্ৰেড-পেত দৰমহা ল’বলৈ মান্তি হৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো আৰ্থিক সংকটত ভোগা উচ্চ আৰু নিম্ন প্ৰাথমিক স্নাতক বহু শিক্ষকে ৬৮০০ গ্ৰেড-পেত দৰমহা ল‘বলৈ মান্তি হৈ ইতিমধ্যে শিক্ষা বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়ত বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

জানিব পৰা মতে, এই শিক্ষকসকলক সদ্যহতে আগষ্ট মাহৰ দৰমহা আদায় দিয়াৰ বাবে জিলাখনৰ প্ৰতিটো খণ্ড শিক্ষা বিভাগৰ কাৰ্যালয় আৰু জিলা উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগষ্ট মাহৰ দৰমহা আদায় দিয়াৰ পিচত পুনৰ তিনিমাহৰ দৰমহাৰ বিল আদায় দিয়াৰ বাবেও প্ৰস্তুতি আৰম্ভ হৈছে।

কিন্তু বৰপেটাৰ কেবাটাও শিক্ষা খণ্ডত দৰমহাৰ বিলক লৈ ব্যাপক উৎকোচ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ বৰপেটা, চেঙা, মন্দিয়া, ৰূপসী আদি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়সমূহত বিল অনলাইন কৰা, একাউণ্টচ্ Îট্ৰন্সফাৰ কৰা আদিৰ নামত একাংশ কৰ্মচাৰীয়ে শিক্ষকসকলৰ পৰা ধন আদায় লোৱা বুলি অভিযোগ উত্থাপন হৈছে।

যি সময়ত এই শিক্ষকসকলে ছয়মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক সংকটত ভূগিবলগা হৈছে সেই সময়ত একাংশ বিষয়া-কৰ্মচাৰীসকলে দৰমহাৰ নামত উৎকোচ দাবী কৰা বিষয়টোৱে বিভিন্নজন শিক্ষকক ক্ষুব্ধ কৰি তুলিছে।

একমাত্ৰ নিজৰ চাকৰিটোৰ স্বাৰ্থতে বহু শিক্ষকে মুকলিভাৱে প্ৰতিবাদ কৰিবলৈ সাহস কৰিব পৰা নাই বুলিও জানিবলৈ দিয়ে। অতি শীঘ্ৰে শিক্ষকসকলৰ দৰমহা মুকলি কৰি দিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে শিক্ষকসকলে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd