• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মংগলদৈত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উকীল সন্থাৰ শতবাৰ্ষিকী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 12:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ ফেব্ৰুৱাৰিৰ পৰা মংগলদৈ উকীল সন্থাৰ শতবাৰ্ষিকী  উদ্‌যাপন তিনিদিনীয়া কাৰ্যসূচীৰে মংগলদৈ আদালত চৌহদত আৰম্ভ হৈছে। শতবাৰ্ষিকীৰ প্রথম দিনা শনিবাৰে পুৱা মূল পতাকা আৰু ৯৯ খন পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰা হয় কাৰ্যসূচীৰ ।

প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি শতবাৰ্ষিকী বন্তি প্রজ্বলন, স্মৃতি তৰ্পণ, প্ৰয়াত অধিবক্তাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তথা প্ৰয়াত অধিবক্তা পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।

Apply Now

দ্বিতীয় দিনৰ কাৰ্য্যসূচী সামূহিক স্বচ্ছ অভিযানেৰে আৰম্ভ কৰিব। স্বচ্ছ ভাৰত অভিযান শুভাৰম্ভণি কৰিব দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্য্যসূচী আৰু আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ।

আলোচনা চক্ৰ খনি উদ্বোধন কৰিব হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ বিশিষ্ট অধিবক্তা ড০ হৰেন দাসে, সঞ্চালক হিচাপে উপস্থিত থাকিব হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ সঞ্চালক তথা জ্যেষ্ঠ অধিবক্তা কৃষ্ণকান্ত মহন্ত, আলোচক মণ্ডলী হিচাপে উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ হৃষীকেষ ৰয়, জ্যেষ্ঠ অধিবক্তা নীলয় দত্ত আদিয়ে।

আবেলি ৩ বজাৰ পৰা আৰম্ভ হ’ব মংগলদৈ উকীল সন্থাৰ সদস্য-সদস্যাৰ প্ৰীতি সন্মিলন। সন্মিলনীখন সঞ্চালনা কৰিব শতবাৰ্ষিকী উদযাপন সমিতিৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই।

সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক হেমন্ত দত্তই।

তৃতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী ৰূপায়ণ হ’ব মংগলদৈ উকীল সন্থাৰ সদস্য- সদস্যাসকলৰ দ্বাৰা সামূহিক স্বচ্ছ অভিযানেৰে।

তাৰ পাছতে মংগলদৈ কাৰাগাৰত কয়দীৰ মাজত ফলমূল বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰিব। দিনৰ ১২ বজাৰ পৰা মুকলি সভা।

শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি মাধৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখনি উদ্বোধন কৰিব জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় তথা বাৰ কাউঞ্চিল অৱ ইণ্ডিয়াৰ সভাপতি, কাৰ্যকৰী সমিতিৰ অপুৰ্ব শৰ্মাই।

মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাচ আলি, পাঞ্জাব মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ইকবাল আহমেদ, স্মৃতিগ্রন্থ উন্মোচক অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, নিদিষ্ট বক্তা বিশিষ্ট চিকিৎসক, লেখক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, সন্মানীয় অতিথি মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, মংগলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দলগাঁৱ বিধানসভা সমষ্টিৰ ইলিয়াছ আলি, কলাইগাঁৱ বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, সদৌ অসম উকীল সন্থাৰ সভাপতি নুৰুল ইছলাম চৌধুৰী, সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক দাসৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্রজ্বলনেৰে সামৰণি পৰিব বুলি শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি মাধৱ ৰাজবংশী আৰু সম্পাদক শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd