• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ মুখ্য সচিবৰ দ্বাৰা ৰাজ্যিক কৃষিমেলা উদ্বোধন

ছভাপতি ছামম by ছভাপতি ছামম
February 27, 2018 12:46 pm
Manipur-Chief-Secretary-at-the-inaugural-ceremony-of-the-State-Agriculture-Fair2018-at-Iboyeima-Shanglen.-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ মুখ্য সচিব আৰ আৰ ৰশ্মিয়ে সোমবাৰে পুব ইম্ফলত অৱস্থিত ইবইমা শ্বুমাং লীলা শ্বাংলেন ৰাজপ্ৰাসাদৰ চৌহদত কৃষক সকলৰ উদ্দেশ্যে ৰাজ্যিক কৃষিমেলা-২০১৮ উদ্বোধন কৰে।

নতুন দিল্লীস্থ সংযুক্ত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই বিচিত্ৰানুষ্ঠানখনৰ আয়োজন কৰিছিল মণিপুৰ চৰকাৰ কৃষি বিভাগৰ কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ শিক্ষণ প্ৰতিষ্ঠানে(SAMETI)। এই কৃষিমেলাখনত বিভিন্ন বিভাগ আৰু আত্ম সহায়ক গোটসমূহৰ সৰ্বমুঠ ৪২খন বিপনীত কৃষিজাত সামগ্ৰী আৰু কৃষিকাৰ্যত ব্যৱহৃত আহিলা প্ৰদৰ্শন কৰা হয়।

Apply Now

বিচিত্ৰানুষ্ঠানখনত মুখ্য বক্তা হিচাপে দিয়া ভাষণত আৰ আৰ ৰশ্মিয়ে কয় যে ৰাজ্যিক কৃষিমেলা-২০১৮ মুকলি কৰাৰ ফলত কৃষকসকলৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে ভূমি স্বাস্থ্য পৰীক্ষা আদি দক্ষতা বৃদ্ধিৰ প্ৰযুক্তিগত জ্ঞান বৃদ্ধি হ’ব। মেলা চলি থকা সময়চোৱাত বিভাগীয় বিষয়াসকলক কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে কেনেদৰে সাৰৰ ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰিব।

তেওঁ কয় যে কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে সকলো বিভাগে বহু বছৰৰ পৰাই নিৰলস প্ৰচেষ্টা চলাই আহিছে আৰু কৃষি বিভাগ হৈছে নিয়োগ সৃষ্টিৰ বৃহত্তম বিভাগ। বিভাগটোৱে ৰাজ্যখনত কৃষকসকলৰ বাবে এটি মাটি পৰীক্ষণ গৱষণাগাৰ গঢ়ি তুলিছে।

ৰশ্মিয়ে মেলাখনত তেওঁক মত বিনিময়ৰ সুযোগ প্ৰদান কৰাৰ বাবে আয়োজক সমন্বিতে সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জনায় আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে মুকলি কৰে। কৃষি বিভাগৰ বিষয়াবৰ্গসহ তেওঁ বিপনীসমূহ পৰিদৰ্শন কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

কৃষিমেলাখনত উদ্যান শস্য আৰু মণিপুৰৰ ভূমি সংৰক্ষণ বিভাগ, পশু চিকিৎসা আৰু পশুপালন বিভাগ, মৎসপালন বিভাগ, ৰেচম বিভাগ, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ (ICAR) উত্তৰ-পূব পাৰ্বত্য এলেকাৰ মণিপুৰ কেন্দ্ৰ আৰু ইম্ফলস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মুঠ ৮খন বিপনী আছে।

এই মেলাখনত খুৰাইৰ এম/এছ ফাৰ্মাৰ্ছ ডেভেলপেন্ট চেন্টাৰ, মিশ্যন অৰ্গেনিক ভেল্যু চেইন ডেভেলপমেন্ট(MOVCD);  পূব ইম্ফল, সেনাপতি, চান্দেল, বিষ্ণুপুৰৰ পৰা এ টি এম এ/ডি এ ও; পশ্চিম ইম্ফল, চুৰাচান্দপুৰ, থৌবাল, তামেংলং, উখৰুলৰ পৰা সাতটা আত্ম সহায়ক গোট, পৰমপটৰ ভূমি পৰীক্ষণ গৱেষণাগাৰ আৰু বাহিৰৰ আঠটা বিভাগেও অংশ গ্ৰহণ কৰিছিল।

এই বিচিত্ৰানুষ্ঠানখনত অতিৰিক্ত মুখ্য সচিব (কৃষি) ডঃ সুহেল আখতাৰ আৰু মণিপুৰৰ কৃষি সঞ্চালক পি এইচ (ফ) ৰাজেন্দ্ৰ সিঙ যথাক্ৰমে সভাপতি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল। তেখেতসকলে নিজৰ নিজৰ বহুমুলীয়া ভাষণত ৰাজ্যখনৰ কৃষিখণ্ডৰ উন্নতি আৰু বিকাশত জোৰ দিছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ কৃষকসকলেও এই বিচিত্ৰানুষ্ঠানখনত অংশগ্ৰহণ কৰিছিল। কৃষিমেলাখন মাৰ্চ মাহৰ ১ তাৰিখলৈকে চলি থকিব।

 

 

ছভাপতি ছামম

ছভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd