• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীয়ে নীলোৎপল আৰু অভিজিতৰ দুৰ্ভগীয়া পৰিয়ালৰ খবৰ ল’বলৈ নোযোৱাটো লজ্জাজনক : প্ৰদ্যোত বৰদলৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 11, 2018 8:43 pm
ProdyotBordoloi

সংবাদমেলত প্ৰদ্যোত বৰদলৈ আৰু ববিতা শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অন্তৰাত্মা কঁপাই যোৱা ডকমকাৰ ঘটনাটোক গৰিহণা দি আজি প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ আগশাৰীৰ নেতা প্ৰদ্যোত বৰদলৈয়ে প্ৰশাসন আৰু চৰকাৰৰ নিষ্ক্ৰিয়তাক গৰিহণা দিয়ে।

ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বৰদলৈয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে একাংশই উৰাবাতৰি উলিয়াই থকাৰ পিছতো চৰকাৰে এইবোৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ আনে। তেওঁ চৰকাৰৰ স্থিতিক চোৰ গ’লে বুদ্ধিৰ সৈতে তুলনা কৰে।

Apply Now

ছুম ৰংহাং আৰু ভৱেশ কলিতাৰ বক্তব্যত চৰকাৰৰ অমনোযোগিতা প্ৰকাশ পাইছে বুলি কোৱাৰ লগতে কাৰ্বি আংলঙৰ উপায়ুক্তৰ মন্তব্যয়ো ৰাজ্যৰ আইন-শৃংখলা অৱস্থাৰ কথা প্ৰমাণ কৰে বুলি কটাক্ষ কৰে।

আনহাতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ ব্যৱস্থা চৰকাৰে শীঘ্ৰেই কৰক। আৰু লগতে এই ঘটনাৰ আলমত কোনো জনগোষ্ঠীৰ বিৰুদ্ধে যাতে কোনো অপপ্ৰচাৰ নচলে তাৰো ব্যৱস্থা কৰা আহ্বান জনায় প্ৰাক্তন মন্ত্ৰীজনে।

ডকমকা কাণ্ডৰ পিছদিনা নগাঁৱত এন এছ য়ু আইৰ সদস্যই কাৰ্বি আংলঙৰ ল’ৰা-ছোৱালীক হোষ্টেলৰ পৰা যাবলৈ নিৰ্দেশ দিয়া ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ইয়াৰ দলীয় তদন্ত কৰাৰ নিৰ্দেশ দিছে। দোষী প্ৰমাণিত হ’লে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

আনহাতে সোপাধৰাৰ আতংক নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চি ইচ্ছ্যু সলনি কৰাৰ চক্ৰান্ত নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আমাৰ ওচৰত তেনে কোনো তথ্য-প্ৰমাণ নাই। কিন্তু এনে প্ৰৰোচনামূলক কাম কৰাত বিজেপি-আৰ এছ এছ সিদ্ধহস্ত। গতিকে কথাটো নুই কৰিব নোৱাৰি। এনেকুৱা কিছুমান কাম কৰাৰ বাবে আৰ এছ এছৰ বাহিনী আছে। তেওঁলোকে এনেকুৱা অপপ্ৰচাৰেৰে মেৰুকৰণৰ চেষ্টা চলায়।”

মুখ্য মন্ত্ৰী আৰু ৰঞ্জিত দাস ঘৰে ঘৰে যোৱা কথাটোক নাটক আখ্যা দি কয় যে ইয়াতে ওলাই পৰিছে দল আৰু চৰকাৰ স্বৰূপ। মুখ্য মন্ত্ৰীয়ে নীলোৎপল আৰু অভিজিতৰ দুৰ্ভগীয়া পৰিয়ালৰ খবৰ লবলৈ নোযোৱাটো লজ্জাজনক  তেওঁলোকে কেৱল ৰাজনৈতিক মুনাফা লাভৰ চিন্তাত আছে। এইদৰে কয় প্ৰদ্যোত বৰদলৈয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd