• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুগা চিল্ক সামগ্রীৰ বিকাশত লোৱা ভূমিকাৰ বাবে বিটিচি প্ৰশাসনক প্ৰশংসা বিদেশী প্ৰতিনিধিৰ

চাজিদ খান by চাজিদ খান
January 25, 2018 10:42 pm
পাট পলু পালনৰ বাবে ব্যৱহাৰ হোৱা চোম গছ পৰ্যবেক্ষণ কৰিছে বিদেশী প্ৰতিনিধি বৰ্গই

পাট পলু পালনৰ বাবে ব্যৱহাৰ হোৱা চোম গছ পৰ্যবেক্ষণ কৰিছে বিদেশী প্ৰতিনিধি বৰ্গই

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপান, চীন, ফ্ৰান্স, থাইলেণ্ড, ৰোমানিয়া, ৰাৱাণ্ডা, উগাণ্ডা, ইথিওপিয়া, কেনিয়া, উজবেকিস্তান, বাংলাদেশ, পাৰাগুৱে, উৰুগুৱে আৰু তুৰ্কীকে ধৰি ৬৫ খন বিদেশী ৰাষ্ট্ৰৰ ভ্ৰমণকাৰী প্ৰতিনিধি বৰ্গই কেন্দ্ৰীয় চিল্ক বোৰ্ডৰ সহযোগত বিটিচি প্ৰশাসনে মুগা আৰু পাট পলুৰ বিকাশ  আৰু ৰপ্তানি মানৰ মুগা চিল্ক উৎপাদনৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে প্ৰশংসা কৰে।

বৃহস্পতিবাৰে বিভিন্ন ৰাজ্যৰ ১০০ তকৈয়ো অধিক প্ৰতিনিধিৰ সৈতে এই প্ৰতিনিধি দলটোৱে ওদালগুৰি জিলাৰ সাপখাটিত থকা জিলা ৰেচম কাৰ্যালয় পৰিদৰ্শন কৰে আৰু দেশৰ ভিতৰুৱা অঞ্চলত ৰেচমৰ বিকাশ আৰু প্ৰম’চনৰ বাবে গ্ৰহণ কৰা এই কৃষি ভিত্তিক পামৰ বাবে কৰ্তৃপক্ষক প্ৰশংসা কৰে।

Apply Now

জাপানৰ গৱেষক বিজ্ঞানী মাক্তো কিউচুয়ে নৰ্থ ইষ্ট নাওৰ আগত কয় যে এই দেশত প্ৰাকৃতিক ধৰণে পাট পলু পালনৰ প্ৰক্ৰিয়াটোৱে তেওঁক অতি আনন্দিত কৰিছে।

তেওঁ জনায় যে জাপানেও  উন্নত উৎপাদনৰ বাবে প্ৰাকৃতিক ধৰণেৰে পাট আৰু মুগা পলু পালন কৰে।

ৰোমানিয়াৰ আন এগৰাকী বিজ্ঞানী ডেনিয়েল ডেজওয়াৰুৱে পলু পালনৰ ক্ষেত্ৰত প্ৰাকৃতিক পদ্ধতিৰ লগত বৈজ্ঞানিক পদ্ধতিৰ সংমিশ্ৰণৰ বাবে ওদালগুৰিত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।

‘’ভাৰত নিশ্চিতভাৱে মুগা আৰু পাট উৎপাদনৰ ক্ষেত্ৰত অতি শীঘ্ৰেই এখন আগশাৰীৰ দেশত পৰিগণিত হ’ব,’’-ডেনিয়েলে কয়।

ফ্ৰান্সৰ ৰেচম বিজ্ঞানী হট যোচেও ওদালগুৰিৰ ৰেচম কাৰ্যালয়ত পাট আৰু মুগা পলু পালনৰ মানদণ্ডক প্ৰশংসা কৰে আৰু আশা কৰে যে বিটিচি প্ৰশাসনে এই শৃংখলা অব্যাহত ৰাখিলে স্বাৱলম্বী হ’বলৈ সক্ষম হ’ব।

ইয়াৰ পূৰ্বে বিদেশী তথা ভাৰতীয় প্ৰতিনিধিসকলক বিটিচি বিধানসভাৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, বিটিচিৰ সচিব  ৰবিনছন মুছাহাৰী, বিটিচিৰ ৰেচম বিভাগৰ সঞ্চালক যোগেশ দেউৰী, ওদালগুৰি জিলাৰ  ৰেচম বিভাগৰ সহকাৰী সঞ্চালক হৰকান্ত হাজৰিকাই পৰম্পৰাগত ‘আৰণি’ আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়।

স্থানীয় শিল্পীসকলে লগতে প্ৰতিনিধিসকলৰ আগত লোকনৃত্য বিহু, বাগৰুম্বা আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd