• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুছলমানক গাহৰি কোৰবানি দি খাবলৈ কওক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 15, 2018 11:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাহ্মণক গৰু বলি দি খাবলে কোৱাৰ দৰে মুছলমানকো কাছ নাইবা গাহৰি কোৰবানি দি খাবলৈ ক’বলৈ জুবিন গাৰ্গক আজি ১৩ জুলাইত প্ৰত্যাহ্বান জনাইছে ‘কামাখ্যাৰ এগৰাকী মুখ্য পূজাৰী’ৰূপে পৰিচয় দিয়া অনুপ প্ৰসাদ শৰ্মাই।

‘তেওঁ (জুবিন গাৰ্গে) নাজানে কাক বলি দিয়া হয়, কাক বলি দিয়া নহয়। তেওঁ সৎ সাহস দেখুৱাই নক’লে যে মুছলমানসকলে কাছ নাইবা বৰাহ কোৰবানি কৰি খাই দেখুৱাওক,’ নৰ্থ ইষ্ট নাও-ৰ আগত মন্তব্য শৰ্মাৰ।

Apply Now

জুবিন গাৰ্গৰ ‘এই কথা ক’বলৈ সাহস নাই‘ বুলি দাবী কৰি কামাখ্যাৰ বাসিন্দা শৰ্মাই কয় ‘জুবিন গাৰ্গক খামিডাঠ মানুহ বুলি সকলোৱে ভাবে। কিন্তু তেওঁৰ খামিখন ডাঠ নহয়।’

জুবিন গাৰ্গক বলি বিধান আৰু শাস্ত্ৰৰ ওপৰত মুকলি তৰ্ক কৰিবৰ বাবে আহ্বান জনাই শৰ্মাই কয় ‘বলিবিধান আৰু ব্ৰাহ্মণৰ বিষয়ে জুবিনৰ কোনো জ্ঞানেই নাই।’ তেওঁ কয় যে জুবিন গাৰ্গে কোৱাৰ দৰে কামাখ্যাই বলি-বিধান নিবিচৰা নহয়, বৰঞ্চ কামাখ্যাই প্ৰতিদিনাই বলি বিচাৰে।

‘হোম যজ্ঞৰদ্বাৰা সূৰ্য্য সন্তুষ্ট হয়, গণেশ সন্তুষ্ট হয় মূদকৰ দ্বাৰা, বিষ্ণু সন্তুষ্ট হয় গীত-মাত-সংগীতৰ দ্বাৰা, শিৱ সন্তুষ্ট হয় ব্ৰতৰ দ্বাৰা আৰু দুৰ্গা গোঁসানী বা যিকোনো দেৱী সন্তুষ্ট হয় বলিৰ দ্বাৰা। এই শাস্ত্ৰত লিখাৰ কথাসমূহৰ ওপৰত ভিত্তি কৰিয়েই আমি কৈছো যে কামাখ্যা গোঁসানী বলিপ্ৰিয়া,‘ শৰ্মাৰ ব্যাখ্যা।

কামাখ্যাৰ এগৰাকী মুখ্য পূজাৰী হিচাপে পৰিচয় দি তেওঁ কয় ‘কামাখ্যাৰ বিধি ব্যৱস্থাত এই কথা স্পষ্টকৈ লিখা আছে যে কামাখ্যাত সদায়ে, নিত্যভাৱে বলি কৰিব লাগে। নিত্যবলি কামাখ্যাৰ অবিচ্ছেদ্দ্য অংগ। যদি বলি প্ৰিয় নহয়েই তেন্তে কামাখ্যাত বলি বিধান নাথাকিলেহেঁতেন।’

‘বলি মানে নিৰ্দয়ভাৱে হত্যা কৰা নহয়’ বুলিও শৰ্মাই মন্তব্য কৰে।

আনহাতে ‘নিজক অধিক চৰ্চাৰ মাজত আনিবৰ কাৰণে জুবিন গাৰ্গে আবোল-তাবোল বকা আৰম্ভ কৰিছে’ বুলি দাবী কৰি শৰ্মাই কয় যে ‘(জুবিনৰ) ব্ৰাহ্মণৰ ওপৰত জ্ঞানেই নাই, গতিকে ব্ৰাহ্মণক লৈ মন্তব্য কৰাটো চৰম বাতুলামি হ’ব।’

জুবিন গাৰ্গে কৰা প্ৰতিটো মন্তব্যৰ বিপৰীতে তেওঁ কৰা প্ৰতিক্ৰিয়াসমূহ সংবাদ মাধ্যমে প্ৰকাশ কৰা নাছিল বুলি অভিযোগ তুলি লেখক তথা জ্যেষ্ঠ সাংবাদিক বুলিও পৰিচয় দিয়া শৰ্মাই দাবী কৰে যে ‘সংবাদ মাধ্যমৰ কাৰণে জুবিন গাৰ্গ এটা হট কে’ক তথা পণ্য সামগ্ৰী। জুবিন গাৰ্গৰ কথা বেছিকৈ উলিয়াই দিলে টেলিভিছন চেনেলৰ টিআৰপি বাঢ়ে আৰু ছপা মাধ্যমৰ চাৰ্কুলে’শ্যন বৃদ্ধি হয়।’

উল্লেখযোগ্য যে গুৱাহাটীৰ কামাখ্যাত হোৱা এখন বিহুমেলাত ব্ৰাহ্মণ আৰু বলি-বিধান সম্পৰ্কে যুবিন গাৰ্গে তেওঁৰ মত প্ৰকাশ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd