• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেজৰ লিটুল গগৈক ‘ফেচবুক ফ্ৰেইণ্ড’, আগতেও লগ পাইছিল বুলি স্বীকাৰ কাশ্মীৰৰ ছোৱালীজনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2018 7:57 am
Leetul-gogoi-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে এখন হোটেলৰ পৰা মেজৰ নীতিন লিটুল গগৈৰ সৈতে আটক কৰা কাশ্মীৰি ছোৱালীজনীয়ে ন্যায়িক দণ্ডাধীশৰ আগত প্ৰকাশ কৰিছে যে তেওঁ গগৈৰ ‘ফেচবুক ফ্ৰেইণ্ড’ আৰু তেওঁ ‘নিজৰ ইচ্ছামতে’ই মেজৰ গগৈক দেখা কৰিবলৈ গৈছিল। অৱশ্যে ছোৱালীজনীৰ মাকে বিষয়টো বিতৰ্কৰ মাজলৈ লৈ আনিছিল। টাইমছ অৱ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ইতিমধ্যে যোৱা বছৰ শিলাবৰ্ষণ কাৰীৰ বিৰুদ্ধে এগৰাকী কাশ্মীৰি লোকক নিজৰ জীপত ‘মানৱ ঢাল’ হিচাপে ব্যৱহাৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰা মেজৰ গগৈক বুধবাৰে হোটেলৰ কৰ্মচাৰীৰ সৈতে উদ্ভৱ হোৱা এক বাক্-বিতণ্ডাৰ পিছত আৰক্ষী থানাত সোধ-পোছ কৰা হৈছিল।

Apply Now

অৱশ্যে, ছোৱালীগৰাকীয়ে এগৰাকী স্থানীয় দণ্ডাধীশৰ আগত ‘চিআৰপিচি’ৰ ১৬৪ ধাৰাৰ অধীনত দিয়া ভাষ্যত প্ৰকাশ কৰিছে যে ছচিয়েল নেটৱৰ্কিং ছাইটত মেজৰ গগৈৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল। চৰকাৰী সূত্ৰসমূহে জানিব দিয়া মতে ছোৱালীগৰাকীয়ে দণ্ডাধীশৰ আগত কৈছে যে তেওঁ হোটেললৈ ‘নিজৰ ইচ্ছা মতেই গৈছিল’ কিয়নো তেওঁ ‘ইতিমধ্যে পৰিচিত’ সেনা বিষয়াগৰাকীৰ সৈতে কিছু সময় কটাব বিচাৰিছিল।

সূত্ৰসমূহে জানিব দিয়া মতে তেওঁ দণ্ডাধীশ গৰাকীক কৈছিল যে মেজৰ গগৈৰ সৈতে  ফুৰিবলৈ যোৱাৰ সময়ত তেওঁক আগতে কেইবাবাৰো লগ হৈছিল।

সূত্ৰসমূহে আৰু জনোৱা মতে বাডগাম জিলাৰ চেক-ই-কাওৱাছা গাঁৱৰ ছোৱালীজনীয়ে দণ্ডাধীশৰ আগত দেখুওৱা তেওঁৰ আধাৰ কাৰ্ডত তেওঁৰ জন্ম ১৯৯৯ চন বুলি উল্লেখ আছে। দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰা ছোৱালীজনীয়ে এটা আত্মসহায়ক গোটত কাম কৰে।

‘’তেওঁ প্ৰকৃততে এগৰাকী প্ৰাপ্ত বয়স্ক ছোৱালী হয়নে সেয়া এতিয়াও তদন্তৰ আওতাত আৰু ইয়াৰ বাবে আন উৎসসমূহ পৰীক্ষা কৰি চোৱা হ’ব বুলি সূত্ৰসমূহে জানিব দিয়ে।

ভালকৈ জেৰা কৰাৰ পিছত ছোৱালীগৰাকীয়ে দণ্ডাধীশৰ আগত দাবী কৰে যে তেওঁ গগৈৰ সৈতে ‘আদিল আদনান’ নামৰ এটা ফেচবুক একাউন্টৰ জৰিয়তে পৰিচয় ঘটে। কিন্তু এমাহৰ ভিতৰতে তেওঁ জানিব পাৰে যে আদিল আদনান মেজৰ গগৈৰ বাহিৰে আন কোনো নহয়। তেওঁ এটা ভুৱা একাউন্ট ব্যৱহাৰ কৰিছিল। তেওঁ দণ্ডাধীশক কয় যে মেজৰ গগৈয়ে নিজেই তেওঁৰ আগত  ‘তেওঁৰ প্ৰকৃত পৰিচয় পৰিচয় প্ৰকাশ কৰিছিল’ আৰু তাৰপিছৰে পৰা তেওঁলোক বন্ধু হৈ পৰিছিল।

যদিওৱা ছোৱালীজনীয়ে দাবী কৰিছে যে তেওঁ গগৈৰ সহযোগী বাডগামৰ লকিপাৰা পোসকাৰৰ সমীৰ আহমেদক মালাক চিনি পাইছিল, কিন্তু দণ্ডাধীশৰ জেৰাত তেওঁ সমীৰৰ পিতৃ-মাতৃৰ নাম ক’বলৈ সক্ষম নহ’ল।

আনহাতে, তেওঁৰ মাতৃ নাছিমা বেগমে দাবী কৰিছিল যে মেজৰ গগৈ আৰু সেনাৰ এগৰাকী জোৱান সমীৰে তেওঁলোকৰ ঘৰত চলিত বছৰৰ মাৰ্চৰ পৰা কেইবাবাৰো তালাচী চলাইছিল আৰু তেওঁৰ কন্যাৰ সৈতে কোনো কাৰণ নোহোৱাকৈয়ে বাৰ্তালাপ কৰিছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am
আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am
১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

July 14, 2026 10:01 am
লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

July 14, 2026 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am
আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd