• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ হুংকাৰ সমাৱেশত সিদ্ধান্ত : ফেব্ৰুৱাৰিত অসমত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 10:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত দুই কোটি হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি উঠি-পৰি লাগিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে ভোটবেংক সুৰক্ষিত কৰিব খুজিছে। লগতে এই বিধেয়কখনৰ জৰিয়তে বিজেপিৰ হিন্দু ৰাষ্ট্ৰৰ ধাৰণাক এখোজ আগ বঢ়াই দিব। এইবোৰৰ পৰা দেশক উদ্ধাৰ কৰাৰ বাবেই বিজেপি, আৰ এছ এছৰ ৰাজত্ব শেষ কৰাৰ বাবে এক নতুন স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰাৰ সময় আহি পৰিছে। এই বক্তব্য কৃষক নেতা অখিল গগৈৰ। নতুন দিল্লীত অনুষ্ঠিত যুৱ হুংকাৰ ৰেলিত অংশ গ্ৰহণ কৰি কৃষক নেতাজনে এই মন্তব্য আগ বঢ়ায়।

যুৱ হুংকাৰ সমাৱেশটোত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক শক্তিশালী নেতাই অংশগ্ৰহণ কৰে। এই নেতাসকলে সমস্বৰে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰ তথা সংবিধানৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

Apply Now

অসমৰ পৰা অংশগ্ৰহণ কৰা কৃষক নেতা অখিল গগৈয়ে এই সমাৱেশৰ পিছত সাংবাদিকৰ আগত কয় যে অহা ফেব্ৰুৱাৰি মাহত অসমত বিজেপিৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’ব। তাত দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি বিৰোধী নেতাসকলে অংশ গ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে ওফৰাই পেলোৱা হ’ব বিজেপিৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰক।

কৃষক নেতাজনে সাংবাদিকৰ আগত কয় যে বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছতে প্ৰধান মন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল, যাৰ ফলত অসমেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। একেদৰে মোদী চৰকাৰে উত্তৰ-পূবৰ বাবে থকা বিশেষ ঔদ্যোগিক নীতি বন্ধ কৰি দিয়াৰ কথাও উল্লেখ কৰে। লগতে তেওঁ অৰুণাচলত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি থকা বৃহৎ নদীবান্ধৰ কথা উল্লেখ কৰে।

আজি দিল্লীত এক নতুন ৰাজনৈতিক বিকল্পৰ সূত্ৰপাত হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে দেশৰ প্ৰগতিশীল যুৱ নেতাসকল একত্ৰিত হৈ আৰম্ভ কৰিব এক নতুন স্বাধীনতা সংগ্ৰাম। আজি এই সংগ্ৰামৰ আৰম্ভণি হৈছে। সমাৱেশত গুজৰাটৰ বাডগাম সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীৰ লগতে দেশৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ, কানহায়া কুমাৰ, ওমৰ খালিদসহ বহুকেইজন যুৱ নেতা উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd