• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত চাঞ্চল্য : অন্ধ বিদ্যালয়ৰ হোষ্টেলৰ পৰা নিৰুদ্দেশ ১৪জনকৈ ছাত্ৰ-ছাত্ৰী

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
May 15, 2018 11:12 pm
JorhatBlindSchool
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা যোৰহাট অন্ধ বিদ্যালয়ৰ পৰা কৰ্তৃপক্ষৰ অগোচৰে হঠাতে ১৪জনকৈ ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনা এটা পোহৰলৈ আহিছে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত আজি ছাত্ৰ-ছাত্ৰীকেইজনৰ সন্ধান পোৱা গ’ল। বিদ্যালয়খনৰ পৰা এই ছাত্ৰ-ছাত্ৰীসকলে আজি যোৱা নিশা গোপনে বাহিৰ ওলাই নিজৰ নিজৰ ঘৰলৈ বুলি গুচি গৈছিল। কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ অজ্ঞাতে হোৱা এই গৃহ প্ৰস্থানত হতভম্ব হোৱা কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।

লগে লগে যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (আইন-শৃংখলা) নন্দিনী কাকতীৰ তৎপৰতাত চাৰি-পাঁচ ঘণ্টাৰ ভিতৰত নিৰুদ্দেশ হোৱা ৮জন ছাত্ৰ আৰু ৬গৰাকী ছাত্ৰী তেওঁলোকৰ ঘৰ গৈ পোৱা বুলি নিশ্চিত কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেওঁলোকৰ কিছুমান ঘৰ গৈ পোৱাৰ বিপৰীতে কিছুমানে বেলেগ বেলেগ বাছেৰে তেওঁলোকৰ ঘৰলৈ গৈ আছিল। “তেওঁলোকৰ ফটোবোৰ বহু পুৰণি আছিল, যিবোৰ নামভৰ্তিৰ সময়তে দিয়া, লগতে তেওঁলোকৰ অভিভাৱকৰ ফোন নন্বৰবোৰ আপডেইট নাছিল, যাৰ বাবে যোগাযোগ কৰাত ভীষণ অসুবিধা হৈছিল। অৱশেষত আমি এজনক বিচাৰি উলিওৱাৰ পিছত বাকীকেইজনৰ খবৰ লাভ কৰাত সুবিধা হয়।” এইদৰে কয় নন্দিনী কাকতীয়ে। তাৰ পিছতে যিসকল ঘৰ গৈ পোৱা নাছিল তেওঁলোকৰ অভিভাৱকক মাতি লৈ যাবলৈ কোৱা হ’ল।

Apply Now

আনহাতে কাকতীয়ে জনোৱামতে, বিদ্যালয়খনত বিজ্ঞানৰ শিক্ষক নাই, গণিতৰ শিক্ষক আৰু লাইব্ৰেৰিয়ানো নাই। তাৰোপৰি হোষ্টেলৰ সা-সুবিধা তেনেই পুতৌজনক। টেপত পানী নাথাকে। অন্যান্য কিছুমান সমস্যাও আছে। এইবোৰ অসুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলত থাকিব নিবিচাৰে।

যি নহওক ছাত্ৰ-ছাত্ৰীকেইজন তদাৰকী লোক থকাৰ পিছতো কেনেকৈ ৰাতি বাহিৰলৈ ওলাই যাবলৈ পালে আৰু তাৰ পিছতো কৰ্তৃপক্ষই গম নাপালে, তাত আচৰিত হৈছে স্থানীয় ৰাইজ।

মন কৰিব লগীয়া যে যোৱা ফেব্ৰুৱাৰিৰ ১৬ তাৰিখত বিদ্যালয়খনৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, গণিত শিক্ষক নথকা আৰু অধ্যক্ষা সংগীতা বৰঠাকুৰৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্য্যালয় চৌহদত প্ৰতিবাদত বহিছিল। উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে তেতিয়া সৰ্বাশিক্ষা অভিযানৰ অধীনত তেওঁলোকৰ বাবে শিক্ষকৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়াৰ লগতে অধ্যক্ষাগৰাকীক তেওঁৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd