• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৱা বিচ বছৰে নিযুক্তি নাই : নিযুক্তিৰ দাবীত প্ৰতিবাদ কৰা হোমিঅ’পেথিক ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2018 3:04 pm
homeopathy_std_Protest

দিচপুৰ লাষ্টগেইটত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হোমিঅ'পেথি ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যেক বছৰে প্ৰায় ১৫০ ছাত্ৰ-ছাত্ৰী হোমিঅ’পেথিক মহাবিদ্যালয়সমূহৰ পৰা উত্তীৰ্ণ হৈ যায়। এইসকলৰ সংস্থাপনৰ কিবা ব্যৱস্থা কৰা উচিত নহয় নে? কিন্তু ১৯৯৭ চনৰ পৰা কোনো ধৰণৰ নিযুক্তি নাই হোমিঅ’পেথিক চিকিৎসাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ। আনহাতে কিছু সংখ্যকে ৰাজ্যত চাকৰি নাপাই মেঘালয় অথবা অন্য ৰাজ্যত চাকৰি কৰিব লগীয়া হৈছে। আজি এন ই নাওৰ সাংবাদিকৰ আগত এইদৰে কয় দিচপুৰ লাষ্টগেইটত যোৱা ২৬ ফেব্ৰুৱাৰিৰ পৰা প্ৰতিবাদী কাৰ্য্যসূচী লৈ থকা হোমিঅ’পেথিক ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে।

আনহাতে আজি এই প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰে। প্ৰশাসনে বান্ধি দিয়া সময়সীমা অতিক্ৰম কৰাৰ পিছতো ধৰ্ণা কাৰ্য্যসূচী চলাই নিয়াৰ অভিযোগত আজি এই লাঠীচালনা কৰা হয়। লাঠীচালনাত ১০জনকৈ প্ৰতিবাদকাৰী আহত হৈছে। জানিব পৰা মতে প্ৰতিবাদকাৰীসকলক আটক কৰি বশিষ্ঠ থানালৈ লৈ যায়।

Apply Now

উল্লেখযোগ্য যে যোৱা ২৬ ফেব্ৰুৱাৰিৰ পৰা বিভিন্ন দাবীত দিচপুৰ লাষ্টগেইটত হোমিঅ’পেথিক ছাত্ৰ সন্থা আৰু চিকিৎসক সন্থাই ধৰ্ণা কাৰ্য্যসূচী চলাই আহিছিল। আৰক্ষীয়ে এই ধৰ্ণা কাৰ্য্যসূচীৰ সময়সীমা বান্ধি দিয়া বুলি আৰক্ষী বিষয়া মহনেশ মিশ্ৰই জানিবলৈ দিয়ে।

আৰক্ষী বিষয়াজনে জনোৱামতে প্ৰতিবাদকাৰী সকলে ধৰ্ণ কাৰ্য্যসূচীৰ বাবে ধৰি দিয়া সময় পাৰ হৈ যোৱাৰ পিছতো কাৰ্য্যসূচী অব্যাহত ৰাখিছিল। লগতে তেওঁ কয় যে প্ৰতিবাদকাৰীসকলে অগণতান্ত্ৰিকভাৱে তথা হিংসাত্মক ৰূপ লোৱাৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।

এই ভাষ্যৰ বিপৰীতে প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ অনুসৰি তেওঁলোকে শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে এই প্ৰতিবাদ কৰি আছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰভাৱে লাঠীচালনা কৰিছে। লগতে পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ ওপৰতো লাঠীচালনা কৰিছিল বুলি অভিযোগ কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd