• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লুইতপৰীয়া হিন্দু সন্মিলনৰ সমাপ্তিৰ পিছতে গুৱাহাটীত আৰ এছ এছৰ মাৰাথন বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 11:28 am
আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে অনুষ্ঠিত লুইতপৰীয়া হিন্দু সন্মিলনৰ সমাপ্তিৰ পিছতে গুৱাহাটীত বাহৰ পাতি থকা আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব বিভিন্ন ব্যক্তিৰ সৈতে মাৰাথন বৈঠকত মিলিত হয়। মহানগৰীৰ মণিৰাম দেৱান ট্ৰে’ড চেণ্টাৰত এই বৈঠক অনুষ্ঠিত হয়।

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ উপৰি কৃষ্ণগোপাল, ভায়াজী যোশী আদি শীৰ্ষ নেতা উপস্থিত থকা উক্ত বৈঠকখনত সংগঠনটোৰ সাংগঠনিক দিশসমূহক লৈ প্ৰধানকৈ আলোচনা কৰা হয়।

Apply Now

ফেব্ৰুৱাৰিত হ’বলগা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আয়োজিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। উক্ত তিনিওখন ৰাজ্যৰ সংঘৰ নেতা-কৰ্মীসকলেও অংশ লোৱা বৈঠকখনত ৰাজ্যকেইখনৰ আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হয়।

প্ৰাপ্ত তথ্য মতে কালি দিনজুৰি চলা আলোচনাৰ মাজতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

ইক’নমিক টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি সংগঠনটোৰ এজন জ্যেষ্ঠ নেতাই কয়,’আলোচনাটোত হিন্দুত্বক উত্তৰ-পূব ভাৰতৰ চুকে-কোণে লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান অসম, মেঘালয় আৰু নাগালেণ্ডত আমাৰ ৯০৭ টা শাখা চলি আছে, আমি ইয়াক ১২০০টা লৈ বঢ়োৱাৰ পৰিকল্পনা কৰিছো।’

দেওবাৰৰ সন্মিলনত আৰ এছ এছৰ ৩৫,০০০ কেডাৰ আৰু প্ৰায় ৩৫,০০০ সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দি নেতাজনে কয় যে সংগঠনটোৰ মুৰব্বী মোহন ভাগৱতে তেওঁলোকক নতুন কেডাৰ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।

আনহাতে তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহি সম্প্ৰতি বালাজী মন্দিৰৰ অতিথিশালাত বাহৰ পাতি থকা মোহন ভাগৱতক সাক্ষাৎ কৰিবলৈ মন্ত্ৰী-বিধায়কৰ লগতে বহু ভি আই পিয়ে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে কালি অধ্যাপক ড০ ননীগোপাল মহন্ত, ৰাজ্যপাল জগদীশ মুখী আদিয়েও নেতাজনৰ লগত এক আলোচনাত মিলিত হয়। ৰাজ্যপাল অধ্যাপক মুখী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো এগৰাকী সদস্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd