• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰীৰ অভিযোগ মিছা : সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2018 9:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ জানুৱাৰিত সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাবৰ্ষৰ একাদশ-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰাৰ পিছতে পুথি প্ৰকাশক আৰু বিক্ৰেতা সকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাটো দেখিবলৈ পোৱা গৈছে। শিক্ষা মন্ত্ৰী গৰাকীয়ে কিতাপ বিক্ৰেতা সকলৰ বিৰুদ্ধে তেওঁ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে লিখা কিতাপ বিক্ৰেতাসকলে বিক্ৰী নকৰাৰ অভিযোগ আনিছিল। কিন্তু এই অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলৰ জৰিয়তে সংস্থাটোৰ বিষয়ববীয়াসকলে সদৰী কৰে। এই প্ৰসংগত গ্ৰন্থ বিক্ৰেতাসকল শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত আক্ৰোশৰ বলি হৈছে নেকি বুলি আজিৰ সংবাদ মেলত এক প্ৰশ্ন উত্থাপন কৰে।

আনহাতে পাণবজাৰস্থিত সৰস্বতী প্ৰিন্টাৰ্ছ এণ্ড প্ৰাইভেট লিমিটেড সংস্থাটোৱে কিতাপ ক্ৰয় অথবা বিক্ৰীৰ বাবদ শিক্ষামন্ত্ৰীক কোনো ৰচিদ প্ৰদান নকৰা বুলি উল্লেখ কৰে যাৰ ফলস্বৰূপে শিক্ষা মন্ত্ৰী গৰাকী কমান কিতাপ ক্ৰয় কৰিলে তথা কিমান কিতাপ বিক্ৰী কৰিলে সেই বিষয়ে অবগত নহয়। সেয়েহে তেওঁ আজিৰ এই সংবাদ মেলৰ জৰিয়তে এনেকুৱা ধৰণৰ ভিত্তিহীন মন্তব্য প্ৰদান নকৰিবলৈ শিক্ষা মন্ত্ৰী গৰাকীক আহ্বান জনায়। লগতে তেওঁলোকে কয় যে এনেকুৱা ধৰণৰ ভিত্তিহীন কথা-বতৰাই গ্ৰন্থ বিপণি সমূহৰ লগতে থলুৱা ভাষা-সাহিত্যলৈও সংকট নমাই আনিব।

Apply Now

ইতিমধ্যে ৰাজ্যৰ ৩৫ জন শিক্ষাবিদ-সাহিত্যিক-শিক্ষাবিদে বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু এই ব্যক্তিসকলৰ আহ্বানকো শিক্ষামন্ত্ৰী গৰাকীয়ে টুলুঙা মন্তব্যৰ জৰিয়তে হেয় কৰাৰ অভিযোগ আনিছে সংস্থাটোৱে।

উল্লেখযোগ্য যে ‘এনুৱেল ষ্টেটাছ অব এডুকেশ্যন ৰিপৰ্ট’ ত যি সমীক্ষা প্ৰকাশ পাইছে সেই অনুসৰি শিক্ষাৰ মানদণ্ড তেনেই অনুন্নত বুলি সংস্থাটোৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ কয় যে পাঠ্যপুথিৰ বাবে এই সমস্যা হোৱা নাই বৰঞ্চ বিদ্যালয়সমূহত শিক্ষাৰ পদ্ধতিৰ সলনি আনিলেহে অসমৰ শিক্ষা জগত উন্নত হ’ব।

আনহাতে তেওঁলোকে স্পষ্ট ৰূপে কয় যে তেওঁলোক বিনামূলীয়া পাঠ্যপুথিৰ বিৰোধীতা নহয়, তাৰ বিপৰীতে তেওঁলোকে নৱম শ্ৰেণীৰ পৰা কিতাপ বিতৰণৰ প্ৰক্ৰিয়াটো সলনি হোৱাটো বিচাৰে। এই প্ৰসংগত ধীৰাজ গোস্বামীয়ে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাতকৈ  বিহাৰৰ দৰে ছাত্ৰ-ছাত্ৰী সকলক বছৰেকীয়া বৃত্তি প্ৰদান কৰিবৰ বাবে শিক্ষা মন্ত্ৰী গৰাকীক আহ্বান জনায়। ইয়াৰ উপৰি গ্ৰন্থ তথা বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যপুথি বিক্ৰী কৰি পৰিয়ালৰ পোহপাল দি থকা সকলৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ বাবে শিক্ষাবিভাগক অনুৰোধ জনায়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd