• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাৰ্থীৰ জলপানিৰ ধনৰ লোভো সামৰিব নোৱাৰিলে প্ৰধান শিক্ষকে; নগাঁৱত দালাল আৰু প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 7:52 am
polices_arrested_-678x381

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত দুখীয়া সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ আঁচনিৰ অধীনত দিয়া জলপানিৰ গইনা লৈ কেতবোৰ অসাধু চক্ৰই লাখ লাখ টকা আত্মসাৎ কৰা ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ গাখজুৱা লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ২০১৭-১৮ বৰ্ষৰ সংখ্যালঘু জলপানিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত মঙলবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চিৰাজ উদ্দিন আৰু তেওঁৰ সতীৰ্থ তথা দালাল নবী হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত চিৰাজ উদ্দিনে মধ্যভোগী নবী হুছেইনৰ জৰিয়তে বিদ্যালয়খনত অধ্যয়নৰত ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হৈ সংখ্যালঘু জলপানি লাভৰ বাবে অনলাইনযোগে আবেদন কৰিছিল। পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ ১৮৬ গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আহে প্ৰায় ১০ লাখ টকা। অভিযোগ অনুসৰি সেই জলপানিৰ ধন ছাত্ৰ-ছাত্ৰীক দিয়াৰ পৰিৱৰ্তে চিৰাজ উদ্দিন আৰু নবী হুছেইনে আত্মসাৎ কৰে।

Apply Now

উল্লেখ্য যে পৰৱৰ্তী সময়ত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই ব্যৱহাৰিক প্ৰমাণপত্ৰ বিচৰাত বিপাঙত পৰে প্রধান শিক্ষক চিৰাজ উদ্দিন। চিৰাজ উদ্দিন আৰু নবী হুছেইনে বিষয়টো অন্য দিশলৈ গতি কৰোৱাৰ বাবে বটদ্ৰৱা থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪০৯ ধাৰাৰ অধীনত ১২৯/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত ৰহস্যজনকভাবে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানিৰ ধন আত্মসাতৰ লগত প্ৰধান শিক্ষক চিৰাজ উদ্দিন আৰু মধ্যভোগী নবী হুছেইন জড়িত থকাৰ কথা পোহৰলৈ আহে। আৰু অৱশেষত আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত সোমবাৰে নিশা দুয়োজনকে গ্ৰেপ্তাৰ কৰি মঙলবাৰে আদালতত হাজিৰ কৰোৱায়। দুয়োজন অভিযুক্তকে আৰক্ষীয়ে এদিনৰ বাবে নিজৰ জিম্মাত লয়।

উল্লেখ্য যে এই জলপানিৰ ধনৰ বিভাগীয় কাম কৰা নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ ড্ৰিলিং এছিছটেণ্ট নজৰুল ইছলামকো বিচাৰি আৰক্ষীৰ দলে মঙলবাৰে পুৱা কাৰ্যালয়লৈ যায় যদিও লগ নাপালে। ইয়াৰ উপৰি নগাঁও মহকুমাৰ বিদ্যালয় পৰিদৰ্শক বুদ্ধ কটকীকো ধন আত্মসাৎ কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কাৰ্যালয়তে বহু সময় সোধা পোছা কৰে।

আৰক্ষীৰ এনে তৎপৰতাই এতিয়া বহুতৰে নিদ্ৰা হৰণ কৰাৰ লগতে এই বিয়াগোম দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd