• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈক্ষিক উন্নয়ন, গৱেষণা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত একেলগে কাম কৰিব গুৱাহাটী আই আই টি আৰু য়ু এছ টি এমে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 6:17 pm
iitg-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IITG) আৰু মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে (USTM) শৈক্ষিক উন্নয়ন, গৱেষণা, অধ্যয়ন আৰু আন্তঃগাথঁনি তথা প্ৰশাসনিক ক্ষেত্ৰত যৌথভাৱে কাম কৰি যাবলৈ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

দুয়োটা অনুষ্ঠানৰ মাজত সম্পন্ন হোৱা এই চুক্তি অনুসৰি আই আই টি, গুৱাহাটীয়ে মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ শিক্ষকগোটৰ প্ৰতি সমৰ্থন আগ বঢ়াব।

Apply Now

আই আই টি, গুৱাহাটীৰ অধ্যাপক বিশ্বাসে প্ৰকাশ কৰিছে যে এই চুক্তিখন সামজিক আৰু প্ৰধানকৈ সম্প্ৰসাৰণমূলক শৈক্ষিক কাৰ্য্যসূচীসমূহৰ মাজেৰে আগশাৰীৰ এটা প্ৰতিষ্ঠানক অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে যুক্ত কৰাৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ।

অধ্যাপক বিশ্বাসে লগতে কয় যে শৈক্ষিক ভূমিকা আৰু নীতিগত দিশত সমাজত প্ৰয়োজনীয় প্ৰক্ৰিয়াত সহায় কৰিবলৈ পাই তেওঁলোক আনন্দিত।

গুৱাহাটী আই আই টিৰ নিৰ্দিষ্ট শিক্ষকসকলে মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে নিৰ্ধাৰিত পাঠ্যক্ৰম আৰু পাঠ্য বিষয়ৰ শ্ৰেণীত উপস্থিত থাকিব। পৰিকল্পনা অনুসৰি আই আই টি, গুৱাহাটীয়ে মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক ১০-১৫ দিনৰ বাবে বিশেষ শ্ৰেণীসমূহত বা আই আই টি গুৱাহাটীৰ শ্ৰেণীকোঠা আৰু গৱেষণাগাৰত নিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিৰ্দিষ্ট বিষয়সমূহৰ পাঠগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব।

লগতে বিশ্ববিদ্যালয়খনৰ নিৰ্বাচিত অন্তিম বৰ্ষৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰকল্পৰ কৰ্মশালাসমূহ আই আই টি গুৱাহাটীত সম্পন্ন কৰিব পাৰিব। ইয়াৰ উপৰি মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান নিৰ্বাচিত শিক্ষকক তেওঁলোকৰ বিত্তীয় সাহাৰ্য্যৰ বাবে প্ৰকল্প প্ৰস্তাৱৰ সহ-অনুসন্ধানকাৰী হিচাপে জড়িত কৰাব। লগতে দুয়োটা প্ৰতিষ্ঠানৰে বিভিন্ন বিভাগসমূহে নিৰ্বাচিত আলোচনাচক্ৰ, কৰ্মশালা, বিশেষজ্ঞ পৰ্য্যায়ৰ আলোচনা আদিৰ আয়োজন কৰিব।

তাৰোপৰি, গুৱাহাটী আই আই টিয়ে পৰীক্ষা পতা, নামভৰ্তি, ষ্টাফ নিযুক্তি আৰু সমাৱৰ্তন আদিৰ ক্ষেত্ৰত মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ ষ্টাফক দিহা-পৰামৰ্শ প্ৰদান কৰিব। আনহাতে গৱেষণাগাৰ, সা-সঁজুলি, পুথিভঁড়াল, শ্ৰেণীকোঠা, ক্ৰীড়া সা-সুবিধা, আৱাস, চৌহদ ব্যৱস্থাপনা আদি আন্তঃগাঁথনিসমূহ উন্নীতকৰণৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনক দিহা দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd