• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংহত টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অশোক গজপতি ৰাজুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 8:45 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত নতুনকৈ নিৰ্মাণ হ’ব সংহত টাৰ্মিনেল বিল্ডিং। ২৮ জানুৱাৰি তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণমন্ত্ৰী অশোক গজপতি ৰাজুৱে সংহত টাৰ্মিনেল বিল্ডিংটোৰ আধাৰশিলা স্থাপন কৰিব।

উল্লেখযোগ্য যে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণে নিৰ্মাণ কৰিব এই সংহত টাৰ্মিনেল বিল্ডিংটো।

Apply Now

সম্প্ৰতি দৈনিক ৭৫ খন বিভিন্ন ধৰণৰ উৰাজাহাজ উৰণ বা অৱতৰণ কৰা বিমান বন্দৰটোত এই নতুন টাৰ্মিনেল বিল্ডিংটো সম্পূৰ্ণ হৈ উঠাৰ ফলত বিমান উৰণৰ ক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

বৰঝাৰ বিমান বন্দৰত দুটাকৈ সংহত টাৰ্মিনেল বিল্ডিং আছে যদিও নতুনকৈ নিৰ্মাণ হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাৰ্মিনেল ভৱনটোৰ ফলত দৈনিক বিমান উৰণৰ সংখ্যা ১০০তকৈ অধিক বৃদ্ধি পোৱাটো নিশ্চিত।

লক্ষ্যণীয় যে গুৱাহাটী বিমান বন্দৰত নিশা দহ বজাৰ পিছত বিমান উৰণ তথা অৱতৰণ বন্ধ হৈ থাকে। কিন্তু এই বছৰৰে ২৫ মাৰ্চৰ পিছৰ পৰা দিনে নিশাই বিমানৰ উৰণ-অৱতৰণ অব্যাহত থাকিব। দিনে-নিশাই বিমান সেৱা মুকলি ৰকাৰ বাবে অত্যাধুনিক ব্যৱস্থা গঢ়ি তোলা বুলিও বৰঝাৰৰ বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষই জানিবলৈ দিছে।

ইপিনে বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটোৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰাৰ বাবে মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথুৰ অধ্যক্ষতাত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বিমান কোঠ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা বৈঠকখন অনুষ্ঠিত হৈছিল খানাপাৰাত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

June 22, 2026 8:29 pm
মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

June 22, 2026 8:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd