• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলনৰ দ্বি বাৰ্ষিক অধিৱেশনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশ গ্ৰহণ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 22, 2018 6:41 pm
মুখ্য মন্ত্ৰী
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীৰ ঐতিহাসিক মৃৎ শিল্পৰ থলি শালমৰাৰ কেশৱৰাম বৰা সমন্বয় ক্ষেত্ৰত ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলনৰ প্ৰথমখন দ্বি বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয়।

বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাচীনতম ঐতিহ্যৰে চিহ্নিত মৃৎ শিল্প আৰু নৌকা শিল্পকে ধৰি সত্ৰীয়া তথা শংকৰী কলা কৃষ্টিৰে পৰিপূৰ্ণ অসমৰ অন্যতম খিলঞ্জীয়া সম্প্ৰদায় এই কুমাৰ সকল। স্বকীয় শিল্প কৰ্মৰে চহকী মাজুলীৰ কুমাৰ সকল আজি বিভিন্ন সমস্যাৰে ভাড়াক্ৰান্ত। বান আৰু গৰাখহনীয়াই দিশহাৰা কৰি তোলা কুমাৰ সকলৰ জীৱন জীৱিকা বিপন্ন হৈ পৰিছে । বান খহনীয়াৰূপি ব্ৰহ্মপুত্ৰৰ কাল ব্যাধিয়ে ক্ৰমে নি:শেষ কৰি আনিছে শালমৰাৰ ছশ টা পৰিয়ালৰ জীৱন সংস্কৃতি । বানপানী, প্ৰাকৃতিক দুৰ্যোগ, বিধ্বস্ত যাতায়াত-যোগাযোগ, স্বাস্থ্য চিকিৎসা সকলোফালৰ পৰাই শালমৰাবাসী ভাৰাক্ৰান্ত।

Apply Now

ফলত কুমাৰ সকলৰ দুখ-দুৰ্দশা, সমস্যা সকলো দিশ দাঙি ধৰি সম্প্ৰদায়টোক আৰ্থ সামাজিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে ২০১৪ চনত গঠন হয় সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলন।

শিক্ষাবদ কেশৱৰাম বৰা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত এই সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলনৰ প্ৰথমখন দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অধিৱেশনত উপস্থিত থাকি মুখ্য মন্ত্ৰী গৰাকীয়ে একালৰ বৃহত্তৰ মৌজাটো ক্ষয়িষ্ণু অৱস্থা তথা খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য কৰে।

মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া সিংহপুৰুষ নিবাৰণ বৰা আৰু কেশৱৰাম বৰাৰ স্মৃতি চীৰযুগমীয়া কৰিবৰ বাবে শালমৰাতে দুটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে। লগতে উঠি অহা চামে যাতে এই দুজন মহান ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিবব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd