• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

স্বৰ্ণ পদকৰ দাবীদাৰ মীৰাবাঈ চানুৰ এছিয়ান গেইমছত যোগদান অনিশ্চিত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2018 6:54 am
CWG 2018 - Chanu Saikhom wins gold in 48kg weightlifting

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ’ল্ডকষ্টত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেইমছত ভাৰতৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক আজুৰি অনা মণিপুৰৰ মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ আসন্ন এছিয়ান গেইমছত যোগদানৰ আশা ক্ষীণ হৈ পৰিছে। ভাৰোত্তোলক গৰাকীৰ এই খবৰে এতিয়া মৰ্মাহত কৰিছে ভাৰতৰ ক্ৰীড়া প্ৰেমীক।

উল্লেখযোগ্য যে ভাৰতীয় ভাৰোত্তোলক দলৰ মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাই চানুৱে ইণ্ডোনেছিয়াত অনুষ্ঠিত হ’বলগীয়া জাৰ্কাটা এছিয়ান গেইমছৰ পৰা নাম প্ৰত্যাহাৰ কৰাটো বিচাৰে। কাৰণ তেতিয়াহে তেওঁ এইবছৰৰ শেষৰফালে অলিম্পিক কোৱালিফায়াৰলৈ সম্পূৰ্ণৰূপে ফিট হৈ খেলিবলৈ যাব পাৰিব।

Apply Now

‘মই ইতিমধ্যে মোৰ প্ৰতিবেদন ফেডাৰেশ্যনক দিছো। এতিয়া তেওঁলোকে চানুৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব। ইমান কম সময়ৰ ভিতৰত তেওঁ কঠোৰ অনুশীলন কৰাটো ঠিক নহয়। অলিম্পিক কোৱালিফায়াৰ আহি আছে আৰু সেয়া এছিয়ান গেইমছতকৈ বেছি গুৰুত্বপূৰ্ণ’। এইদৰে কয় প্ৰশিক্ষকগৰাকীয়ে।

চানুৱে মুম্বাইত অনুশীলন আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছিল যদিও দেওবাৰে অনুশীলনৰ সময়ত তেওঁ পুনৰ পিঠিত আঘাত পায়। আৰু সেয়ে প্ৰশিক্ষক শৰ্মাই চানুৰ ক্ষেত্ৰত কোনো ৰিস্ক ল’ব বিচৰা নাই।

ইফালে আই ডব্লিউ এফৰ সচিব সহদেব যাদৱে জনাইছে যে চানুৰ সন্দৰ্ভত বৃহস্পতিবাৰেহে তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল’ব।

আনহাতে অহা এক নবেম্বৰৰ পৰা আছগাবাটত বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব আৰু চলিত বৰ্ষত সেইখনেই হ’ব প্ৰথমটো অলিম্পিক কোৱালিফায়িং ইভেণ্ট।

উল্লেখ্য যে পিঠিৰ বিষত জৰ্জৰিত তাৰকা ভাৰোত্তোলকগৰাকীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কয়, ‘যোৱা ২৫ মে’ত পিঠিত বিষ অনুভৱ কৰো। চিকিৎসাৰ বাবে দিল্লী আৰু মুম্বাইলৈও গৈছো কিন্তু চিকিৎসকে এতিয়াও নিশ্চিত কৰিব পৰা নাই বিষৰ কাৰণ। এক্স-ৰেৰ লগতে অন্যান্য পৰীক্ষাতো ধৰিব পৰা নাই বিষৰ কাৰণ’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd