• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত স্বাধীনতা সংগ্ৰামী বীৰ সম্ভুধনৰ চহিদ দিৱস পালন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 12, 2018 7:14 pm
Sambhudhan

বীৰ চহিদ সম্ভুধনৰ প্ৰতিমূৰ্তি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
নিজৰ ঠাই আৰু মানুহক ব্ৰিটিছৰ হাতৰ পৰা বচাবলৈ তথা কাচাৰবাসীৰ মাজত চলোৱা বিভাজনৰ ৰাজনীতিত অসন্তুষ্ট হৈ শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা, সমগ্ৰ হাফলঙত লোককাহিনীৰ নায়ক ৰূপে নাম ৰাখি যোৱা বীৰ সম্ভুধন ফংল’ৰ মৃত্যু তথা ত্যাগক সুঁৱৰি ডিমা হাচাও জিলাৰ বিভিন্ন প্ৰান্তৰ লগত আজি জিলা সদৰ হাফলঙতো ১৩৬ সংখ্যক চহিদ দিৱস পালন কৰা হয়।
এই উপলক্ষে ডিমাচা জাতীয় বীৰজনৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। ডিমাচা এপেক্স ব’ডি জাদিখে নাইশ্ব’ হছমৰ লগতে ছাত্ৰ সংগঠন ডিমাচা ছাত্ৰ সংগঠন আডছুকে ধৰি বিভিন্ন দল-সংগঠনৰ যুটীয়া উদ্যোগত এই চহিদ দিৱসটো পালন কৰা হয়।
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ লংমাইলাই। আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে হাফলং টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু প্ৰমুখ। অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় বীৰ চহিদজনৰ মূৰ্তিত মাল্যদানৰ যোগেদি অনুষ্ঠানৰ শুভাৰম্ভ হয়।
ইয়াৰ পাছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি সকলেও চহিদজনক শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে এই উপলক্ষে হাফলং চহৰৰ মাজেৰে এটা শোভাযাত্ৰাও উলিওৱা হয়।
মুখ্য অতিথি লংমাইলাই তেওঁৰ ভাষণত সম্ভুধনৰ সংগ্ৰামী জীৱনৰ বিভিন্ন দিশ তুলি ধৰি কয় যে আজি যি আমি যি স্বাধীনতা উপভোগ কৰিবলৈ পাইছো তাৰ কাৰণে বীৰ সম্ভুধনৰ ত্যাগকো মূল্য দিব লাগিব।
আনহাতে কেন্দ্ৰীয় চৰকাৰে সম্ভুধনক জাতীয় বীৰৰ স্বীকৃতি প্ৰদান কৰা কাৰণেও ধন্যবাদ জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াগৰাকীয়ে।
উল্লেখযোগ্য যে সম্ভুধনৰ জীৱন কাহিনী ডিমা হাচাওত মানুহৰ মুখে মুখে আজিও প্ৰচলিত। ব্ৰিটিছৰ শাসন তথা নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ সমগ্ৰ কাচাৰৰ পৰা বছা বছা লোকক লৈ এটা বাহিনী গঠন কৰিছিল। পিছত বিদ্ৰোহ দমন কৰিবলৈ অহা ব্ৰিটিছ বাহিনীৰ কৌশলী যুঁজত তেওঁৰ মৃত্যু হয়। বীৰজনাৰ জন্ম-মৃত্যুৰ সঠিক তাৰিখৰ কোনো প্ৰতিষ্ঠিত তথ্য পোৱা নাযায় যদিও লোককাহিনী মতে তেওঁৰ জন্ম মাইবাঙৰ লংখৰ গাঁৱত ১৮৫০ চনৰ ১৬ মাৰ্চত হৈছিল আৰু মৃত্যু হৈছিল ১৮৮৩ চনৰ ১২ ফেব্ৰুৱাৰি শিলচৰত।
Apply Now
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd