• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টাৰ মাজতো শ্বিলঙত অব্যাহত আছে উত্তেজনা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 10:10 am
shillong-saturday-570x320

ফটো : নৰ্থ ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত আজিও উত্তেজনা অব্যাহত আছে। আনহাতে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে পুনৰ কোনো হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ পৰিছে।

চহৰখনৰ অধিকাংশ অঞ্চলতে এতিয়াও সান্ধ্য আইন বলবৎ হৈ আছে আৰু আৰক্ষীয়ে হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে তাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত তহল দি আছে।

Apply Now

চহৰখনৰ বাসিন্দাসকলৰ যাৱতীয় অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আংশিকভাৱে সান্ধ্য আইন শিথিল কৰি দিয়াৰ সিদ্ধান্তটো আজি দিনৰ বিয়লিলৈকে লোৱা হ’ব।

ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২-৩০ মান বজাত একাংশ উন্মত্ত জনতা বৃহস্পতিবাৰে ঘটনা সংঘটিত হোৱা স্থানত সমবেত হৈছিল। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু কোনো হিংসা বিয়পি পৰাটো প্ৰতিৰোধ কৰে।

শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই গৃহমন্ত্ৰী জেমছ কে ছাংমা আৰু আন কেবিনেট সতীৰ্থৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হৈ চহৰখনত সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

Shillong-Friday-night-300x225
ফটো : নৰ্থ ইষ্ট নাও

বৈঠকৰ পিছত কনৰাড ছাংমাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে।

কনৰাডে লগতে কয় যে উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তি থকা স্থানসমূহত স্বাভাৱিক অৱস্থা ঘুৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকসকলক শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়।

ইয়াৰ মাজতে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ বাবে উচটনি দিয়া কমেও ১০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে চহৰখনত মোবাইল ইন্টাৰনেট আৰু এছ এম এছ সেৱা বিচ্ছিন্ন হৈ আছে।

চহৰখনৰ মটফ্ৰান আৰু মাউখাৰ অঞ্চলৰ পৰা শুকুৰবাৰে সন্ধিয়াও শিলাবৰ্ষণৰ ঘটনাৰ বাতৰি পোৱা গৈছে। উল্লেখ্য যে বৃহস্পতিবাৰে আবেলি একাংশ বাছ চালক আৰু স্থানীয় বাসিন্দাৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটিছিল।

এগৰাকী খাচী যুৱক আৰু এগৰাকী পাঞ্জাৱী মহিলাৰ মাজত হোৱা বাক্-বিতণ্ডাৰ উৰা বাতৰি ছচিয়েল মিডিয়াত প্ৰচাৰিত হোৱাৰ পিছত সংঘটিত দলীয় হিংসাত্মক আক্ৰমণৰ ঘটনা পৰিপ্ৰেক্ষিতত প্ৰশাসনে চহৰখনৰ ১৪ টা অঞ্চলত সান্ধ্য আইন বলবৎ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd