• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

হৰ্নবিল উৎসৱত যোগদানৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডিমাপুৰত উপস্থিত

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 8, 2017 10:53 am
Mumbai: Union Home Minister Rajnath Singh addresses during celebration of three years completion of Maharashtra government in Mumbai on Thursday. PTI Photo by Shashank Parade(PTI6_8_2017_000229A)

Mumbai: Union Home Minister Rajnath Singh addresses during celebration of three years completion of Maharashtra government in Mumbai on Thursday. PTI Photo by Shashank Parade(PTI6_8_2017_000229A)

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং বৃহস্পতিবাৰে সন্ধিয়া আহি ডিমাপুৰত উপস্থিত হৈছে। নাগালেণ্ড চৰকাৰৰ এটি উচ্চ পদস্থ বিষয়াৰ দলে তেওঁক বিমানবন্দৰৰ পৰা আদৰি আনে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৈ থকা হৰ্নবিল উৎসৱৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

বৃহস্পতিবাৰে কলকাতাত বাংলাদেশ সীমান্তৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছত আবেলি নাগালেণ্ডলৈ আহে। গৃহমন্ত্ৰীগৰাকীৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি ডিমাপুৰত উপস্থিত হোৱাৰ পিছত তেওঁ এই অঞ্চলত চলি থকা শেহতীয়া ঘটনা প্ৰৱাহৰ বিষয়েও বুজ ল’ব। হৰ্নবিল উৎসৱত যোগদানৰ পিছতে তেওঁ অইন কিছু গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল’ব।

Apply Now

জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন (আই এম) ৰ মাজত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট খনক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থতিৰ সম্পৰ্কত অসম, অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব।

ইয়াৰ মাজতে মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ থাঙমেইবেণ্ডত এগ্ৰিমেন্টখনৰ সবিশেষ ৰাজহুৱা কৰাৰ দাবীত ধৰ্ণা, প্ৰতিবাদ আৰু বন্ধৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত হৈ পৰিছে।

আনহাতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰাৰ আগতে অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু পেমা খাণ্ডুক লগ কৰাৰ বাবে ৰাওনা হৈছে।

উল্লেখযোগ্য যে উক্ত তিনিখন ৰাজ্যত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টে তেওঁলোকৰ ভৌগলিক অখণ্ডতা বিনষ্ট কৰিব বুলি শংকা কৰি জনসাধাৰণৰ মাজত  তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাধাবিনোদ কইজামে বৃহস্পতিবাৰে কয় যে সকলো ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি এটা সমাধান সূত্ৰ উলিওৱাৰ সময় আহি পৰিছে। মুষ্টিমেয় কেইটামান গোটৰ লগত আলোচনা কৰাৰ পৰিৱৰ্তে ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলোকে আলোচনাত জড়িত কৰিব লাগে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd