• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ আগষ্টৰ পৰা আন্দোলনৰ হুংকাৰ বেতন বঞ্চিত শিক্ষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2018 11:11 am
Teachers-570x320

শিক্ষকৰ প্ৰতিবাদ। ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত বেতন বঞ্চিত  শিক্ষকসকলক চৰকাৰে কেৱল তদন্তৰ নামত ২৮ বছৰে প্ৰতাৰণা কৰি আহিছে। যোৱা ১৮ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে  অসম চৰকাৰক ৰাজ্যখনৰ বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু উক্ত নিৰ্দেশৰ পাছত বৰ্তমানৰ শিক্ষামন্ত্ৰীজনে এইসকল শিক্ষকৰ ভিতৰত যিসকল শিক্ষকৰ গোচৰ অৱমাননাৰ গোচৰ ন্যায়ালয়ত চলি আছে, সেই গোচৰৰ অহা ১৮ জুলাইত নিষ্পতি হোৱাৰ পাছতহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। শেহতীয়াকৈ শিক্ষামন্ত্ৰীৰ এনে স্থিতিত চিন্তিত হৈ পৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থা।

এই সন্দৰ্ভত সন্থাই জানিবলৈ দিছে যে যোৱা ১৮ জুনত নিষ্পত্তি হোৱা গোচৰত সামগ্ৰিকভাৱে ১৮ জুলাইত শুনানি হ’বলগীয়া সকলো শিক্ষক জড়িত হৈ আছে। সন্থাই চৰকাৰক এই সমস্যাটোৰ স্থায়ী সমাধানৰ প্ৰতি তাৎক্ষণিকভাৱে গুৰুত্ব দি শিক্ষকসকলৰ আৰু ধৈৰ্যৰ পৰীক্ষা নলৈ জুলাই মাহৰ ভিতৰত স্থায়ী সমাধান কৰিবলৈ আহ্বান জনায়। অন্যথা অহা ১ আগষ্টৰ পৰাই অতি ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনত নামি পৰিব বুলি সকীয়নি দিছে সন্থাই।

Apply Now

তদুপৰি সন্থাই সকীয়াই দিয়ে যে চৰকাৰে যদি জুলাই মাহৰ ভিতৰত সমস্যাটোৰ সমাধান নকৰে তেতিয়াহ’লে ইয়াৰ বাবে শিক্ষকসকলে যি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’ব তাৰ বাবে চৰকাৰ দায়বদ্ধ হ’ব।

এই সন্দৰ্ভত অহা ৮ জুলাইত দিনৰ ১০ বজাত গুৱাহাটীৰ প্ৰাথমিক শিক্ষক ভৱনত এখন প্ৰতিনিধিত্বমূলক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা বুলি জানিবলৈ দি উক্ত সভাত ৰাজ্যখনৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয়ববীয়া, কেইবাজনো শিক্ষাবিদ, বুদ্ধিজীৱীৰ লগতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd