• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০,৩২৩ গৰাকী শিক্ষকৰ চাকৰি সুৰক্ষিত কৰিবলৈ অধ্যাদেশৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ত্ৰিপুৰা কেবিনেটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 12:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী শিক্ষকৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি ৰাজ্য চৰকাৰে শিক্ষকসকলৰ চাকৰি ৰক্ষা কৰিবলৈ কোনো অধ্যাদেশ বা কাৰ্যকাল বৃদ্ধিৰ আইন আনিবলৈ অস্বীকাৰ কৰিছে।

শিক্ষকসকলৰ ভৱিষ্যৎ সম্পূৰ্ণ  অন্ধকাৰলৈ ঠেলি দি লোৱা চৰকাৰৰ এই স্থিতিয়ে  সকলো বৰ্গৰ ১০,৩২৩ গৰাকী শিক্ষকৰ চাকৰি উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি অহা ২০১৭ ৰ ৩১ ডিচেম্বৰত অন্ত পৰিব।

Apply Now

অৱশ্যে, অলপতে উচ্চতম ন্যায়ালয়ৰ এখন খণ্ডপীঠে দিয়া নিৰ্দেশ অনুসৰি ছয় মাহৰ বাবে তেওঁলোকক তদৰ্থ ভিত্তিত নিযুক্তি দিয়া হ’ব আৰু বৰ্তমান সময়লৈকে তেওঁলোকে পাই থকা দা-দৰমহা লাভ কৰিব।

এই ১০,৩২৩ গৰাকী অসহায় শিক্ষকৰ ভাগ্যৰ বিষয়টো মঙলবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকত আলোচনাত স্থান লাভ কৰিছিল আৰু কেবিনেটে সিদ্ধান্ত লৈছিল যে এই শিক্ষকসকলৰ চাকৰি ৰক্ষা কৰিবৰ বাবে কোনো অধ্যাদেশ বা কাৰ্যকাল বৃদ্ধিৰ আইন অনা নহয়। ৰাজ্যৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী ভানু লাল সাহাই এই কথা জানিব দিছে।

‘’ ন্যায়ালয়ে ইতিমধ্যে এই ১০,৩২৩ গৰাকী শিক্ষকৰ নিযুক্তি অসাংবিধানিক বুলি নিৰ্দেশ দিয়াৰ পিছত চৰকাৰে তেওঁলোকৰ চাকৰি বচাবলৈ অধ্যাদেশ বা কাৰ্যকাল বৃদ্ধিৰ আইন আনিব নোৱাৰে। আনকি এইটো কৰিবলৈ গ’লে আদালতত অৱমাননাৰ ৰোষত পৰিব লাগিব আৰু সেইটো কাম্য নহয়,’’- তেওঁ আগৰতলাত সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

ইয়াৰ আগেয়ে ১০,৩২৩ গৰাকী শিক্ষকৰ সন্মিলিত সংস্থাই ২০১৭ ৰ ৩১ পিছত তেওঁলোকৰ চাকৰি বাহাল ৰাখিবলৈ আহ্বান জনাইছিল।

তেওঁলোকে আশা কৰিছিল যে ৰাজ্য চৰকাৰে তেওঁলোকৰ চাকৰি ৰক্ষা কৰিবলৈ আৰু ২০১৮ ৰ ৩০ জুনৰ পিছতো চাকৰি বাহাল ৰাখিবলৈ আইনী পদক্ষেপৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd