• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ আগষ্টৰ ভিতৰত প্ৰাদেশিকীকৰণ নহ’লে আন্দোলনৰ হুংকাৰ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 9, 2018 10:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা নকৰিলে আন্দোলৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

এই কথা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে মঞ্চৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ লহকৰে জনায়।

Apply Now

সাধাৰণ সম্পাদক গৰাকীয়ে কয়, ‘আমি সময় ধৰি দিছো যে পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ ধৰণে অহা ১৫ আগষ্টৰ ভিতৰত যদিহে বিদ্যলয়সমূহৰ পদ প্ৰাদেশিকীকৰণ কৰি নিযুক্তি পত্ৰ প্ৰদান নকৰে তেনেহ’লে অহা ১৬ আগষ্টৰ পৰা অসমৰ প্ৰতিখন জিলাৰ পৰা অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ইয়াৰ আটাইবিলাক ভাতৃ সংগঠনৰ লগত লগ লাগি উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ আমাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। তাৰ পাছত অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা শিক্ষকক প্ৰতাৰণা দিৱস হিচাপে ধৰি লৈ সেই দিনটোত অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতক মহাবিদ্যালয়লৈ সকলো স্তৰৰ শিক্ষানুষ্ঠানৰ সকলো শিক্ষক-কৰ্মচাৰীয়েই গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিব।’

তাৰোপৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে তেওঁলোকৰ ন্যায্য দাবীত এইদৰে ওলাই আহিবলৈ বাধ্য হৈছে। গতিকে উক্ত দিনাৰ কাৰ্যসূচীত ঘটিব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ’ব বুলি স্পষ্ট কৰি দিয়ে।

ইাফালে অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সভাপতি কুশল কুমাৰ হালৈয়ে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলক প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰি থকা বুলি মন্তব্য কৰে।

তাৰোপৰি সভাপতি গৰাকীয়ে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিৰূদ্ধেও সংবাদমেলত সৰৱ হয়। বৰ্তমানৰ চৰকাৰখনক বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী জনাই অন্যথা আগন্তুক নিৰ্বাচনত বিজেপিক অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও তেওঁ আজিৰ সংবাদলমেলতে হুংকাৰ দিয়ে।

তেওঁ লগতে শিক্ষামন্ত্ৰীয়ে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিব লাগিলে পে’ট্ৰল-ডিজেলৰ দাম বঢ়াব লাগিব বুলি কোৱা কথাষাৰৰ তীব্ৰ বিৰোধিতা কৰে। লগতে শিক্ষামন্ত্ৰীয়ে ভেন্সাৰ বিদ্যালয় কি আৰু ভাৰতৰ আন ৰাজ্যত কোনো ভেন্সাৰ বিদ্যালয় নাই বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰ দি কয়, ‘অসমৰ দূৰ্গম ভিতৰুৱা ঠাই সমূহত য’ত চৰকাৰে বিদ্যালয় স্থাপন কৰিব পৰা নাছিল তেনে স্থানত শিক্ষাৰ প্ৰসাৰৰ বাবে এচাম শিক্ষানুৰাগী লোকে চৰকাৰৰ অনুমতি লৈ বিদ্যালয় স্থাপন কৰিছিল। তাৰ বহু সংখ্যক বৰ্তমানো প্ৰাদেশিকীকৰণ হোৱা নাই। তেনে বিদ্যালয় সমূহৰ কথা শিক্ষামন্ত্ৰীয়ে নাজানো বুলি কোৱাটো দুৰ্ভাগ্যজনক’।

ইফালে আজি সংগঠনটোৰ সভাপতি আৰু সম্পাদকে দীৰ্ঘ দিন ধৰি কিছু নীতিগত কাৰণত দুটা গোটত বিভক্ত হৈ থকা অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ অতি শীঘ্ৰে পুনৰ লগ লগাৰ ইংগিত দিয়ে। অহা ১২ আগষ্টত আনটো গোটৰ লগত ৰঙিয়াত এখন বৈঠক অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd