• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬ মে’ৰ পৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজোৰা আন্দোলনৰ ঘোষণা যুৱ-ছাত্ৰ পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 10:16 am
Jorhat.-Photo-Northeast-Now-570x320

যোৰহাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদে অলপতে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ এটি মুহূৰ্ত : ফাইল ফটো নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

প্ৰস্তাৱিত বিধেয়কখনৰ বিৰুদ্ধে অহা ১৬ মে’ৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদী সমদল উলিয়াই বিধেয়কখন বাতিলৰ দাবী জনাব যুৱ ছাত্ৰ পৰিষদে।

Apply Now

তদুপৰি, ৰাজ্যখনৰ প্ৰতিখন জিলাৰে আঞ্চলিক আৰু শাখা সমিতিসমূহে এই সময়ছোৱাত মটৰচাইকেল ৰেলী, পথ সভা, প্ৰচাৰ পত্ৰিকা বিতৰণ, প্ৰতিবাদী সভা আদি অনুষ্ঠিত কৰি আন্দোলন অব্যাহত ৰাখিব।

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে দেওবাৰে এক বিবৃতিযোগে আন্দোলনৰ এই কাৰ্যসূচী ঘোষণা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি তথা ভোটবেংক সৃষ্টিৰ বাবে এনে নীচ ষড়যন্ত্ৰত নমা বুলি তেওঁলোকে অভিযোগ তোলে।

আনহাতে, বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিৰ বিৰুদ্ধে কোনো কাম নকৰে বুলি কৰা মন্তব্য সন্দৰ্ভতো যুৱ-ছাত্ৰ পৰিষদে দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁলোকে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যদি অসমীয়া জাতিলৈ শ্ৰদ্ধা আছে তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট ভাষাৰে অসমৰ জনতাক জনাওক।

মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে সঁচাকৈয়ে এই এই বিধেয়কখনৰ বিৰোধিতা কৰে তেন্তে বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি অথবা কেবিনেটত ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাইজক দেখুৱাবলৈ বিবৃতিটোত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd