• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২ অক্টোবৰৰ পৰা বলৱৎ হ’ব ‘প্ৰণাম’ আইন; ৰেহাই নহ’ব বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চাকৰিয়ালৰ

মুকুট দাস by মুকুট দাস
July 27, 2018 7:31 pm
Old_Aged
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাগত সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ ফলত বৃদ্ধ লোকসকলে নিজৰ আৰ্থিক সচ্ছল সন্তানৰ পৰাই অৱহেলাৰ বলি হৈ অহা পৰিস্থিতিৰ সামান্য মোকাবিলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ‘প্ৰণাম’ আইনখন (Assam Employees Parental Responsibility Norms for Accountability Monitoring Act,2017) অহা ২ অক্টোবৰৰ পৰা বলৱৎ হ’ব।

আইনখন যোৱা ২৩ জুলাইত অসম কেবিনেটত অনুমোদন হৈছে। এই আইনখনে বৃদ্ধ পিতৃ-মাতৃৰ উপযুক্ত তদাৰক নকৰা চাকৰিয়াল কৰ্মচাৰীক আইনীভাৱে জগৰীয়া কৰিব। লগতে চাকৰিয়াল সন্তানৰ দৰমহাৰ ১০ শতাংশ তেনেকুৱা পিতৃ-মাতৃয়ে দাবী কৰিব পাৰিব। আজি এখন সংবাদমেলত ৰাজ্যৰ স্বাস্থ্য, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জানিবলৈ দিয়ে।

Apply Now

আনহাতে এই আইনখনে চাকৰিয়ালজনৰ পৰিয়ালত থকা দিব্যাংগ সদস্যকো সামৰি ল’ব। তেনে সদস্যই চাকৰিয়ালজনৰ ১৫ শতাংশ দৰমহা দাবী কৰিব পাৰিব।

অৱশ্যে চাকৰিয়াল পিতৃ-মাতৃয়ে এই আইনে দিয়া সুবিধাবোৰ ল’ব নোৱাৰিব বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী হিমন্ত বিশ্বই জনোৱামতে, ৰাজ্য চৰকাৰে প্ৰণাম নামৰ এখন আয়োগো গঠন কৰিব। “এজন অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব পৰ্য্যায়ৰ বিষয়াক মুখ্য আয়ুক্ত হিচাপে লৈ প্ৰণাম আয়োগখন গঠন কৰা হ’ব।” মন্ত্ৰীজনে কয়।

আনহাতে এনে ভুক্তভোগী ব্যক্তিয়ে আইনখনৰ দ্বাৰা উপকৃত হ’বৰ ক’ত আৱেদন কৰিব লাগিব সেই সন্দৰ্ভত তেওঁ কয় যে The Drawing and Disbursing Officer (DDO)-ৰ ওচৰত এই আৱেদন জনাব লাগিব। উক্ত বিষয়াই এমাহৰ ভিতৰত বিষয়টোৰ মীমাংসা কৰি দিব লাগিব। ইয়াৰ পিছত চাকৰিয়ালজনে চাকৰি কৰা সংশ্লিষ্ট বিভাগটোৱে দুমাহৰ ভিতৰত নিয়মমতে ব্যৱস্থা ল’ব লাগিব। যদিহে অভিভাৱকজন এই প্ৰক্ৰিয়াটোত সন্তোষ্ট নহয় বা প্ৰাপ্যখিনি নাপায়, তেতিয়া হ’লে তেওঁ প্ৰণাম আয়োগৰ কাষ চাপিব পাৰিব, যি তিনি মাহৰ ভিতৰত তাৰ মীমাংসা দিব।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd