• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

২০১৮-১৯ বৰ্ষৰ মণিপুৰৰ বাজেটক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যৰ অৰ্থনৈতিক বিশ্লেষকসকলৰ

চভাপতি চামম by চভাপতি চামম
February 7, 2018 12:10 pm
Joykumar-Manipur state finance minister
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে মণিপুৰৰ উপ মুখ্য মন্ত্ৰী ৱাই জয়কুমাৰে দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটখনক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া কৰা দেখা গৈছে ৰাজ্যখনৰ অৰ্থনৈতিক বিশ্লেষকসকলে। অধিকাংশ বিশ্লেষকে বাজেটখনক ৰাজ্যৰ সকলো স্তৰৰ লোকৰ বাবে তথা ৰাজ্যৰ অৰ্থনীতিত বিশেষভাবে সহায় কৰিব কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে মণিপুৰ চৰকাৰে অহা বিত্তীয় বৰ্ষটোত ৰাজ্যখনৰ বাবে মুঠ ১৩,৭৩৩.৬২ কোটি টকা ধাৰ্য কৰিছে।

Apply Now

‘আমি জানো যে যোৱা এটা দশকৰ পৰা মণিপুৰত বেয়াকৈ সম্পদৰ নাটনি হৈ আছে’ এই কথা কয় মণিপুৰ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ দা ষ্টাডি অৱ ছ’চিয়েল এক্সক্লুজন এণ্ড ইনক্লুছিভ পলিচি(CSSEIP)ৰ ড০ থিয়াম ভৰত সিঙে।

তেওঁ লগতে কয়, ‘চৰকাৰৰ এই বাজেটখনত বিশেষকৈ শিক্ষা, স্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন ক্ষেত্ৰখনত অধিক টকা ধাৰ্য কৰা দেখা গৈছে’। সেয়া যি নহওক এইখন কিন্তু উন্নতমানৰ বাজেট, বুলিও সিঙে অভিহিত কৰে।

আনহাতে মণিপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনাতি বিভাগৰ প্ৰফেচৰ দামুদৰ নেপৰামে বাজেট সন্দৰ্ভত তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে বাজেটখন অধিক মিতব্যয়ী হৈছে। তেওঁ আৰু কয়, ‘এই বাজেটখনে সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে’।

‘ৰাজ্যখনত সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰা সন্দৰ্ভত এই বাজেটখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। মণিপুৰত যে সম্পদৰ নাটনি হৈছে এই বাজেটত সেই কথা প্ৰতিফলিত হয়’।

এইখিনিতে উল্লেখ কৰিব পাৰি যে মণিপুৰৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন সংস্থাই বিগত কেইবাদিন ধৰি ৰাজ্যখনত সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু কাৰ্যত এতিয়ালৈ সেই দাবী চৰকাৰে মানি লোৱা নাই।

এই সন্দৰ্ভত বিত্ত মন্ত্ৰী জয়কুমাৰে স্পষ্ট কৰি দিয়ে যে সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে আলোচনা কৰি আছে তথা ইয়াৰ বাবে বিত্তীয় কাম-কাজ চলি আছে।

ৰাজ্যখনত ৯৮,০০০ ৰাজ্যিক কৰ্মচাৰী আছে আৰু তেওঁলোকক সপ্তম দৰমহা আয়োগৰ মতে দৰমহা দিবলৈ হ’লে ৰাজ্য চৰকাৰক প্ৰতি বছৰে ১,৪০০ কোটি টকাৰ প্ৰয়োজন বুলি বিত্ত মন্ত্ৰী জয়কুমাৰে জানিবলৈ দিয়ে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd