• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

২০২২ চনৰ নেশ্যনেল গেমছলৈ সাজু মেঘালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 10:10 am
national-games-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া নেশ্যনেল গেমছৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মেঘালয় চৰকাৰে প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

এই আলোচনাৰ অন্তত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বাণ্টেইড’ৰ লিংড’ৱে সংবাদ আধ্যমৰ আগত কয় যে প্ৰতিযোগিতাখন আয়োজনৰ বাবে আমি কিছু অসুবিধাৰ সন্মুখীন হৈছো যদিও এই ক্ষেত্ৰত আমি দৃঢ়তাৰে আগবাঢ়িব পাৰিম।

Apply Now

মেঘালয় ৰাজ্যিক অলিম্পিক সন্থাৰ কাৰ্যকৰী সভাপতি জন এফ খাৰিছিঙে মনৰ ভাব ব্যক্ত কৰি কয় যে এই প্ৰতিযোগিতাখনৰ জৰিয়তে মেঘালয়বাসীয়ে এক সোণালী ইতিহাসৰ সাক্ষী হৈ ৰ’ব। লগতে মেঘালয়ৰ যুৱ প্ৰজন্মই এই প্ৰতিযোগিতাখনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

আনহাতে এই প্ৰতিযোগিতাখনত ব্যৱহাৰ হ’বলগীয়া ষ্টেডিয়াম সমূহ পাছলৈ পৰ্যটনস্থলী, পাৰ্ক আদিৰ বাবে সংৰক্ষণ কৰিব বুলিও জানিবলৈ দিয়ে এফ খাৰছিঙে।

উল্লেখযোগ্য যে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই ৰাজ্যখনৰ এথলীট সকলে যাতে প্ৰতিযোগিতাখনত পদক কঢ়িয়াই আনিবলৈ পাৰে তাৰ বাবে তেওঁলোকক যথোপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা দিয়াৰ পোষকতা কৰে।

নেশ্যনেল গেমছ মেঘালয়ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাখনে ৰাজ্যখনক আগুৱাই লৈ যোৱাত বহু ক্ষেত্ৰত সহায় কৰিব বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰী ছাংমাই।

আনহাতে মুখ্য মন্ত্ৰীয়ে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ উপৰি ৰাজ্যখনৰ বিমানবন্দৰ, ৰাস্তা-ঘাট, বিদ্যুতৰ যোগান, হোটেলৰ লগতে অন্যান্য সা-সুবিধাও প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে নেশ্যনেল গেমছৰ বাবে মুখ্য মন্ত্ৰী ছাংমাই বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰি ৰাজ্যখনৰ আন্তঃগাথনি উন্নয়নৰ বাবে আলোচনাত মিলিত হোৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd